ashomiyapatrika.com
Browsing Tag

Assam Jatiya parisad

চতুৰ্থ দিনা ভেল্লা, বৰপেটা, কয়াকুছি, ভৱানীপুৰত পদযাত্ৰা লুৰীণ বাহিনীৰ

মজিয়াতে তুলি পাৰি শুই, খিচিৰি খাই 'এক অসম যাত্ৰা' জাতীয় পৰিষদৰ নেতৃবৃন্দৰ বৰপেটাঃ অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা'ই আজি চতুৰ্থ দিনা বৰপেটা জিলা পৰিক্ৰমা কৰে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ

এক অসম যাত্ৰাৰ তৃতীয় দিনা চিৰাঙৰ গাঁৱত প্ৰৱেশ জাতীয় পৰিষদৰ নেতৃবৰ্গৰ, বিজেপি বৰ্ণবাদী চিন্তাৰ দলঃ…

খিলঞ্জীয়াক মাটিৰ পট্টা দিম বুলি ঠগিছে হিমন্তইঃ ৭০-৭৫ শতাংশই পোৱা নাই ক্ষুদ্ৰ ঋণ ৰেহাই বিজনীঃ অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা আজি চিৰাং জিলাৰ বিজনী চহৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূত সম্পন্ন হয়৷ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত ব্যাপক জনসমৰ্থন

২১ ছেপ্টেম্বৰৰ পৰা অসম জাতীয় পৰিষদৰ ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ বাবে যাত্ৰা

লক্ষ্যঃ দুৰ্নীতি-ভ্ৰষ্টাচাৰ-স্বজন তোষণ, সাম্প্ৰদায়িক, বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে জনমত গঠন গুৱাহাটীঃ দ্বিমত নাই যে দেশ এতিয়া সংকটত৷ দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী মানসিকতাৰ শাসকে কুক্ষিগত কৰিব বিচাৰিছে দেশৰ ইতিহাস, ঐতিহ্য, সম্পদ,

ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ নামত অবৈধভাৱে ভূমি ক্ৰয়- ১০ কোটি টকাৰ ৰাজ সাহায্য গ্ৰহণ প্ৰসংগঃ জাতীয়…

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ পত্নীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা নাই৷ হয় লোৱা নাই৷ লোৱা বুলি আমিও কোৱা নাই৷ আমি কৈছো- ল'বলৈ গৈ আছিল৷ লোৱাৰ আগতে ধৰা পৰিল৷ বাতৰি ওলাই গ'ল৷ গতিকে এতিয়া নলওঁ বুলি কৈছে৷ এই মন্তব্য

বিজেপিৰ স্বাৰ্থত পঞ্চায়ত আইন সংশোধনৰ উদ্যোগ লৈছে চৰকাৰে

সংবাদ মেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ গুৰুতৰ অভিযোগ গুৱাহাটীঃ পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাক বিজেপি দলে কুক্ষিগত কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, কালি

অ’ পি এছ প্ৰৱৰ্তনৰ দায়িত্ব ৰাজ্য চৰকাৰৰঃ লুৰীণ

নতুন পেন্সন নীতি বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন জনাই অসম জাতীয় পৰিষদৰ দাবীঃ অসমত বাহাল কৰক পুৰণি পেন্সন নীতি গুৱাহাটীঃ নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন নীতি চমুকৈ অ’ পি এছ ব্যৱস্থা পুনৰবাহাল

অ’ পি এছৰ দাবীত চলা কৰ্মবিৰতিলৈ পূৰ্ণ সমৰ্থন জাতীয় পৰিষদৰঃ এন পি এছ-ৰ জৰিয়তে কৰ্মচাৰীসকলৰ…

অৰুণোদয়-ক্ষুদ্ৰ ঋণ আঁচনিৰ আৰ্থিক বোজা বহন কৰিব পৰা অসমে অ' পি এছৰ অতিৰিক্ত আৰ্থিক বোজাও বহন কৰিব পাৰিবঃ লুৰীণ গুৱাহাটীঃ পুৰণি পেন্সন নীতি চমুকৈ অ' পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰীসকলে চলোৱা দুদিনীয়া কৰ্মবিৰতিৰ প্ৰতি অসম জাতীয়

মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বাজেপয়ী ভৱনৰ ছত্ৰছায়াত ৰাজ্যত চলিছে চাকৰিৰ বজাৰ

সংবাদ মেলত অসম জাতীয় পৰিষদৰ গুৰতৰ অভিযেগঃ ন্যায়িক তদন্ত দাবী গুৱাহাটীঃ ৰাজ্যত শেহীয়াভাৱে উন্মোচিত হোৱা বৃহৎ চাকৰিৰ বজাৰখন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনৰ পৰাই পৰিচালিত হোৱাৰ

নিৰ্বাচন জিকাৰ সম্ভাৱনা নেদেখি গাৰ জোৰত ডিলিমিটেচন কৰিছে বিজেপিয়েঃ অজাপ

উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা জাতীয় পৰিষদৰ গুৱাহাটীঃ 'নিৰ্বাচন জিকাৰ সম্ভাৱনা নেদেখি গাৰ জোৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে বিজেপিয়ে৷ জনসাধাৰণৰ অপ্ৰিয়পাত্ৰ হোৱা বিজেপি দলে জানিছিল যে অহা নিৰ্বাচনত তেওঁলোকৰ পৰাজয় নিশ্চিত৷ সেয়ে

ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে চৰকাৰেঃ জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

পাম তেলৰ খেতিয়ে বিনষ্ট কৰিব পৰিৱেশ, জৈৱ-বৈচিত্ৰৰ প্ৰতিও আহিব ভাৱুকি গুৱাহাটীঃ বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপে অসমৰ শদীয়াত আজিৰে পৰা পাম তেলৰ খেতি আৰম্ভ কৰাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি এক ভাৱুকি বুলি মত প্ৰকাশ কৰি উক্ত