ashomiyapatrika.com
Browsing Tag

Assam Jatiya parisad

বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছ – জাতীয় পৰিষদৰ শোক প্ৰকাশ

গুৱাহাটীঃ কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে 'বেলতলাৰ ৰাণী' নামেৰে

চৰকাৰী স্বাস্থ্য পৰীক্ষাৰ প্ৰস্তাৱিত মূল্য বৃদ্ধি প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটীঃ অসমৰ দৰিদ্ৰ জনসাধাৰণৰ মুৰত মাধমাৰ সোধাই ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ অধীনস্থ বিভিন্ন মেডিকেল পৰীক্ষা তথা অন্যান্য মাচুল ২০ শতাংশলৈকে বৃদ্ধি কৰিবলৈ লোৱা তৎপৰতাৰ অসম জাতীয় পৰীষদে তীব্ৰ বিৰোধ কৰিছে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু

অসমত ভয়ঙ্কৰ সংস্থাপনহীনতা, বহিঃৰাজ্যত প্ৰতিনিয়ত প্ৰাণ গৈছে অসমীয়া যুৱকৰ

কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদঃ ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক গুৱাহাটীঃ অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা নলবলৈ আৰক্ষীক দিয়া চৰকাৰী নিৰ্দেশনাত জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে সোণোৱাল আৰু শৰ্মাই গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা'ৰ ভিত্তিত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নলবলৈ ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক নিৰ্দেশনা প্ৰদানৰ তথ্য ৰাজহুৱা হোৱাৰ

কা’ আইনৰ জৰিয়তে অৰুণাচলৰ চাকমা শৰণাৰ্থী সকলক অসমত সংস্থাপিতকৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলা হ’বঃ জগদীশ ভূঞা গুৱাহাটীঃ দুদিনমান পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এখন সংবাদমেলযোগে ৰখা এক বক্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে৷ তেখেতে কৈছিল যে অৰুণাচলৰ চাকমা জনগোষ্ঠীয় শৰণাৰ্থীসকলক অৰুণাচলত সংস্থাপিত কৰিব পৰা

শালীনতা-সৌজন্যতাৰ সকলো সীমা চেৰাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অন্ধকাৰ যুগৰ প্ৰৱৰ্তন কৰিব খুজিছে

ড° হীৰেন গোঁহাই-ড° অখিল ৰঞ্জন দত্ত প্ৰতি ব্যৱহাৰৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ গুৱাহাটীঃ 'অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শালীনতা, সৌজন্যতা, গণতান্ত্ৰিক নীতি আৰু মূল্যবোধৰ সকলো সীমা লংঘন কৰি পেলাইছে৷ তেওঁৰ ব্যৱহাৰ আৰু

লেহেমীয়া-আসোঁৱাহপূৰ্ণ পথ নিৰ্মাণৰ পৰিণতিতে দেৰগাঁৱৰ দুৰ্ঘটনাঃ ৰাজ্যজুৰি শোকৰ ছাঁ, অজাপৰ ক্ষোভ প্ৰকাশ

নিহতৰ পৰিয়াললৈ ১৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জাতীয় পৰিষদৰঃ অবৈধ কয়লা পৰিবাহী ট্ৰাক আঢ়ৈশ কিলোমিটাৰ দূৰৰ দেৰগাঁৱলৈকে কেনেকৈ আহিবলৈ পালে – ডিজিপিয়ে উত্তৰ দিয়ক গুৱাহাটীঃ দেৰগাৱত সংঘটিত পথ দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ

অসম জাতীয় পৰিষদত উলম্ব বিভাজনঃ দলৰ সকলো পদ এৰিলে কৰিলে উপ সভাপতি দুলু আহমেদে

গুৱাহাটীঃ কা’ আন্দোলনৰ পিছতে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে জাতীয়তাবাদী চিন্তাধাৰাৰে আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত গঠন হৈছিল অসম জাতীয় পৰিষদ৷ আৰম্ভণিৰে পৰা দলটোক নেতৃত্ব দিছে আছু প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে৷ ইফালে

অসমৰ মানুহ, সম্পদ আৰু সভ্যতাৰ প্ৰতি ভাৱুকি বৃহৎ নদীবান্ধঃ অজাপ

নামনি শোৱনশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন জাতীয় পৰিষদঃ বিজেপি দলৰ প্ৰতাৰণাৰ বাবে এনে দুৰ্যোগ সৃষ্টিৰ অভিযোগ গুৱাহাটীঃ বিজেপি দলৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু মিথ্যাচাৰৰ পৰিণতিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়া উগ্বেগজনক

অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়াঃ ‘শিক্ষক-শিল্পী সমাজৰ মনোবল ভঙাৰ লক্ষ্যেৰে পদে পদে অপমান কৰি…

বিজেপি-আৰ এছ এছৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰীয় নীতি ৰূপায়নৰ ষড়যন্ত্ৰৰ সেনাপতি ড° হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীঃ ৰাজ্যৰ শিক্ষক আৰু শিল্পী সমাজক হিতাধিকাৰী আখ্যায়িত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ আন এক বেয়া পৰম্পৰা নমাই আনিলে৷ জাতিৰ