ashomiyapatrika.com
Browsing Tag

Assam congress

আকৌ পোহৰলৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ আন এক বৃহৎ ভূমি কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীলৈ ১০ কোটি…

মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে আইন সুকীয়া নেকি বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ জনসাধাৰণৰ বাবে কাম কৰাৰ পৰিৱৰ্তে নিজৰ পত্নী আৰু পৰিয়ালৰ হৈ কাম কৰিবলৈকে উঠি-পৰি লাগিছে ড° হিমন্ত বিশ্ব শৰ্মাই। জনসেৱাৰ পৰিৱৰ্তে নিজৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ৰাইজে বিজেপিক এইবাৰ উচিত প্ৰত্যুত্তৰ দিবঃ ৰকিবুল হুছেইন গুৱাহাটীঃ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। প্ৰদেশ কংগ্ৰেছৰ হৈ নগাঁৱত এক

মূল্যবৃদ্ধি ছিণ্ডিকেটৰ কুফলঃ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটীঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি প্রদেশ কংগ্ৰেছৰ দুই জ্যেষ্ঠ মুখপাত্র ইমদাদ হুছেইন আৰু ড° সঞ্জু বৰুৱাই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল সম্বোধন কৰি ইমদাদ হুছেইনে ব্ৰইলাৰ মুৰ্গীৰ অস্বাভাৱিক

গোপীনাথ বৰদলৈ মৃত্যু বার্ষিকী পালন কংগ্ৰেছৰ

গুৱাহাটীঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম অগ্রনীনেতা গোপীনাথ বৰদলৈৰ আজি মৃত্যু বার্ষিকী উপলক্ষে প্রদেশ কংগ্ৰেছ কাৰ্য্যালয় ৰাজীৱ ভৱনত এখন সভাৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভনিতে প্রয়াত গোপীনাথ বৰদলৈৰ প্রতিছবিত পুষ্পার্ঘ অর্পণ কৰা হয়। অসম

মন্ত্ৰী জয়ন্তমল্লক অপসাৰিত কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰঃ অসম আৰক্ষীক আস্থাত নোলোৱাত আশ্চৰ্য প্ৰকাশ…

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মঙলদৈত এটা ৰাজনৈতিক দলৰ শাখা বজৰং দলৰ একাংশ লোকে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু এনে ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। সভাপতি

কংগ্ৰেছ দলৰ উদ্যোগত গুৱাহাটী আৰু শিলচৰত ‘মৌন সত্যাগ্রহ’

ৰাহুল গান্ধীৰ প্ৰতি চৰকাৰে কৰা অন্যায় আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ গুৱাহাটীঃ সত্য আৰু ন্যায়ৰ পক্ষে ঠিয় হৈ স্বৈৰতান্ত্রিক বিজেপি শাসনৰ বিপক্ষে স্বোচ্ছাৰ হৈ গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতাক সুৰক্ষা দিয়াৰ যুঁজৰ নেতৃত্ব বহন কৰা কংগ্ৰেছ দলৰ

বিজ্ঞাপনত ‘উন্নয়নৰ গংগা’ বোৱাই দিয়া বিজেপি চৰকাৰে অসমত সুৰাৰ গংগা’হে বোৱাব বিচাৰিছে

২০০০ খন নতুন সুৰাৰ দোকান স্থাপনৰ প্ৰস্তাৱেৰে আৰ এছ এছকো মুকলি প্ৰত্যাহ্বান জনালে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে - প্ৰদেশ কংগ্ৰেছ গুৱাহাটীঃ ৰাজ্যখনত সুৰাৰ অবাধ প্ৰচলন কৰি আৰু সুৰাৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ বিজেপি চৰকাৰে

অসমৰ মুখ্যমন্ত্রী আধুনিক ‘কুম্ভকৰ্ণ’- ভূপেন বৰা

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসমবাসীৰ তীব্র ওজৰ-আপত্তি আৰু অভিযোগ সমূহ লৈ দেশৰ নিৰ্বাচন আয়োগ আৰু ৰাষ্ট্রপতিৰ কাষ চাপিব প্ৰদেশ কংগ্ৰেছ গুৱাহাটীঃ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসমৰ ক'তো ওজৰ-আপত্তি আৰু অভিযোগ নাই বুলি মুখ্যমন্ত্রীয়ে কোৱা মন্তব্যত

জৰুৰী অৱস্থাক সমালোচনা কৰাৰ অধিকাৰ বিজেপিৰ নাইঃ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটীঃ সংবিধান আৰু দেশৰ প্ৰচলিত আইন কানুনক ভৰিৰে মোহাৰি একনায়কত্ববাদী আৰু সাম্প্ৰদায়িক মনোবৃত্তিৰে গোটেই দেশখনতে অঘোষিত জৰুৰী অৱস্থাৰ অৱতাৰণা কৰা বিজেপি দল আৰু চৰকাৰৰ কংগ্ৰেছ দলৰ পূৰ্বৰ চৰকাৰৰ কাৰ্যক্ৰমণিকাক সমালোচনা কৰাৰ কোনো অধিকাৰ