অসমসহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
গুৱাহাটীঃ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত ২৮ মে'ৰ পৰা চলি আছে ভূমিকম্পৰ উজান৷ কিয়নো এমাহতকৈ কম বিৰতিৰ অন্তত আজি আবেলি মধ্যমীয়া প্রাবল্যৰ এটা ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি যায়৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান!-->…