ashomiyapatrika.com
Browsing Tag

Asomiya patrika

অসমত দৈনিক কমেও তিনিটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে – অনুৰূপা ডেকাৰজা

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বলাৎকাৰীক কঠোৰ শাস্তিৰ দাবীঃ মহাবিদ্যালয়ৰ নাম ভৰ্তি মাচুল বৃদ্ধিৰ বিৰুদ্ধেও সৰৱ আপ গুৱাহাটীঃ ‘বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ,

জিএছটি সন্দৰ্ভত তেজপুৰত মধ্য অসমৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়ী সন্থাৰে বৈঠক মন্ত্ৰী অশোক…

কৰ বিভাগৰ উপ আয়ুক্তসকলৰেও বৈঠক মন্ত্ৰী সিংহল আৰু নেওগৰ কেবিনেট সমিতিৰ তেজপুৰঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক লৈ গঠিত কেবিনেট সমিতিয়ে আজি

বকো ক্ৰোচিং একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্যঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভূগোল বিষয়ত লেটাৰ মাৰ্ক সহ…

বকোঃ উচ্চ শিক্ষাৰে শিক্ষিত হৈ মানৱ সম্পদ হোৱাৰ বাবে ল'ব পৰা বিধি ব্যৱস্থাৰ উন্নত শিক্ষা প্ৰতিষ্ঠান বকো ক্ৰোচিং একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্যই আশাৰ ৰেঙণি সঞ্চাৰ কৰিছে বকোত। উল্লেখ্য যে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষ্যাতিৰে উৰ্ত্তীণ

দুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণ চন্দ্ৰ বড়োৰ অৱসৰী বিদায়ী সভাঃ অশ্ৰুসিক্ত…

বকোঃ মানৱ সম্পদ গঢ়া কমাৰশালাৰ দায়িত্ব সামৰি চৰকাৰী নীতিগত কাৰণত অৱসৰ গ্ৰহণ কৰিলে দুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণ চন্দ্ৰ বড়োই। উল্লেখ্য যে কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ অন্তৰ্গত দুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে ভাওনাৰ আখৰা আৰম্ভ

বকোঃ কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদ্‌যাপনৰ লগত সংগতি ৰাখি 'ৰাম বিজয়' ভাওনা খনি মঞ্চস্থ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই আখাৰা শুভাৰম্ভ কৰা হৈছে। অলপতে মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ‘ৰাম বিজয়’ ভাওনা খনৰ

বেতকুছিৰ সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটীঃ গুৱাহাটীৰ বেতকুছিস্থিত উত্তৰ পূব দক্ষতা বিকাশ মিছন কেন্দ্ৰ চৌহদত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত স্থাপন কৰা উত্তৰ-পূব সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰটো আজি সন্ধিয়া পৰিদৰ্শন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ

সংসদ, বিধান সভাৰ দৰে স্বায়ত্ত শাসিত পৰিষদৰো ভূমিকা গুৰুত্বপূৰ্ণঃ ৰাজ্যপাল

স্বায়ত্ত শাসিত পৰিষদৰ দুদিনীয়া সন্মিলনৰ সামৰণি গুৱাহাটীঃ অসম বিধান সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত অসমৰ ১০খন স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলনৰ আজি অন্ত পৰে৷ অসম বিধান সভাত দুদিনীয়াকৈ আয়োজিত সন্মিলনখনৰ আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত

দুল্লৰ্ভ চন্দ্ৰ গগৈ জকাইচুক উঃমাঃ বিদ্যালয়ৰ ৪গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা, শৈক্ষিক…

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ চাৰিং দুল্লৰ্ভ চন্দ্ৰ গগৈ জকাইচুক উচচতৰ মাধ্যমিক বিদ্যালয়ত আজি এখনি বিদায় সম্বৰ্ধনা আৰু শৈক্ষিক ন্যাস বিতৰণ কৰা হয়৷ সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চিৰঞ্জীৱ গগৈয়ে৷ বিদ্যালয়ৰ জেষ্ঠ

আজাৰাত স্কুল ১৬ বছৰ অনূৰ্ধ্ব স্কুল মুকলি ৰেটিং দবা প্ৰতিযোগিতা

গুৱাহাটীঃ আজিৰে পৰা গুৱাহাটীৰ আজাৰাস্থিত ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমীত আৰম্ভ হৈছে সদৌ অসম ১৬ বছৰ অনূৰ্ধ্ব স্কুল মুকলি ৰেটিং দবা প্ৰতিযোগিতা৷ উক্ত স্কুল দবা প্ৰতিযোগিতাত ৰাজ্যৰ ৩৪ খন বিদ্যালয়ৰ ১০৪ জন উদীয়মান দবাৰুৱে অংশগ্ৰহণ কৰিছে৷ কামৰূপ

গ্রীষ্মবন্ধত শিক্ষকক বিভাগীয় দায়িত্ব অর্পণৰ বিৰোধিতা সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ

সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ জৰিয়তে বিদ্যালয় শিক্ষা বিভাগৰ সচিবলৈ স্মাৰকপত্র প্রদান কেন্দ্ৰীয় সমিতিৰ গুৱাহাটীঃ গ্রীষ্ম বন্ধৰ সময়ছোৱাত শিক্ষকসকলক গ্রীষ্মকালীন শিবিৰ, শৈক্ষিক তথা অনা- শৈক্ষিক প্রশিক্ষণ আদি কার্যত নিয়োজিত কৰাৰ পৰা বিৰত