ashomiyapatrika.com
Browsing Tag

Asomiya patrika

পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত…

চলিত বছৰৰ ভিতৰতে হেঙেৰাবাৰী, গণেশগুৰি, উলুবাৰী আৰু বেলতলাৰ বহুমহলীয়া বজাৰগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ

নতুন ৰূপত নিৰ্মিত পল্টন বজাৰৰ জনজাতি বিশ্ৰাম গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

জনজাতি শিক্ষাৰ্থী, ৰোগীয়ে কম খৰচত পাব থকা- খোৱাৰ সুবিধা গুৱাহাটীঃ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পল্টন বজাৰৰ ছ'লাপাৰাত নতুন ৰূপত নিৰ্মিত জনজাতি বিশ্ৰাম গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া প্ৰায় ১৮০…

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলে চাউল বিতৰণৰ বাবদ পাবলৈ থকা কমিছনৰ প্ৰায় ১৮০ কোটিৰ অধিক টকা ইতিমধ্যে মুকলি কৰি দিছে ৷ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা নলবলৈ আৰক্ষীক দিয়া চৰকাৰী নিৰ্দেশনাত জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে সোণোৱাল আৰু শৰ্মাই গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা'ৰ ভিত্তিত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নলবলৈ ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক নিৰ্দেশনা প্ৰদানৰ তথ্য ৰাজহুৱা হোৱাৰ

কামৰূপৰ ৯৪ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু নবীন চন্দ্ৰ দাসলৈ ‘শিক্ষকশ্ৰী’ বঁটাঃ শোণিতপুৰৰ…

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ 'মেধি ধৰণীধৰ -গুণলতা ন্যাস'ৰ বঁটা ঘোষণা গুৱাহাটীঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২০২৪ বৰ্ষৰ 'দ্ৰোণাচাৰ্য' বঁটা আৰু 'শিক্ষকশ্ৰী' বঁটাপ্ৰাপকৰ নাম আজি ঘোষণা কৰিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক

ভাৰত চৰকৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ শিৱসাগৰ ভ্ৰমণ

গৌৰীসাগৰঃ আজি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। তেখেতে পুৱা শিৱদৌল দৰ্শন কৰি পোনপ্ৰথমে জনজাতীয় গাঁও বাৰেকুৰি চাপৰি, লাচন গাঁও, কাটিয়াৰি আৰু বাম ৰজাবাৰী পৰিভ্ৰমণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ

ভাৰতীয় বিজ্ঞানীৰ দলত অসম সন্তান পিংগল প্ৰত্যুষ

কোৱান্টাম এনক্ৰিপছন ব্যৱহাৰেৰে ৰেণ্ডম সংখ্যাৰ সৃষ্টি কৰি তথ্য সুৰক্ষাৰ এক নতুন পদ্ধতি উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ গৌৰীসাগৰঃ আজিৰ ডিজিটেল পৃথিৱীত তথ্য সুৰক্ষা সকলোৰে বাবে এক প্ৰধান সমস্যা ৷ তেনে এক সন্ধিক্ষণত তথ্য সুৰক্ষাৰ গৱেষণাত ভাৰতীয়

বৰষুণ-বানৰ সময়ত ধীৰ-স্থিৰ গতিত বাহন চলোৱাৰ আহ্বান পৰিবহণ বিভাগৰ

গুৱাহাটীঃ ধাৰাসাৰ বৰষুণ আৰু বানৰ সময়ত দ্ৰুতগতি পৰিহাৰ কৰি ধীৰ-সুস্থিৰ গতিত আৰু অতি সতৰ্কতাৰে বাহন চলাবলৈ আহ্বান জনাইছে পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে এই

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

দুৰ্ঘটনামুক্ত পৰিবেশত গুৰুত্ব আৰোপ জিলা আয়ুক্ত সুমিত ছাত্তাৱান গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ

অবিনাশৰ পৰিয়ালক সাক্ষাৎ আপ নেতৃত্বৰ

গুৱাহাটীঃ মহানগৰীৰ জ্যোতি নগৰত উন্মুক্ত নলাত পৰি মৃত্যু হোৱা আঠ বছৰীয়া শিশু অবিনাশ সৰকাৰৰ শোক সন্তপ্ত পিতৃ-মাতৃক সাক্ষাৎ কৰিলে আম আদমী পাৰ্টিৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা,