ashomiyapatrika.com
Browsing Tag

Asomiya patrika

কামৰূপত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ…

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ বাবে গঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন সভাত অংশগ্ৰহণ

চাৰিটা বাওঁপন্থী দলৰ অভিমতঃ কংগ্ৰেছৰ অকলে আগবঢ়াৰ নীতিয়ে বিজেপিক লাভান্বিত কৰিব

গুৱাহাটীঃ অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ'ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ'ব।

চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বৰগম সংগীত একাডেমীৰ সহযোগত দহ দিনীয়া কার্যসূচীৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কর্মশালাৰ সফল সামৰণি পৰে। ৮ জুলাইৰ পৰা ১৮ জুলাইলৈ গ্রীষ্মকালীন বন্ধৰ সৈতে

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল’বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰেঃ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটীঃ নিজৰ দলীয় অন্ত:কন্দল আৰু চৰকাৰৰ বিফলতা সমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্রী সকলে হাস্যকৰভাৱে কংগ্রেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল উদ্দেশ্যই হ'ল অসমৰ জনগণক ৰাজ্যখনৰ মূল

ডেৰ সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনত’ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ এমএচি হেৰজিৎ

সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

গুৱাহাটীঃ ৰাজধানী দিছপুৰৰ অসম সচিবালয়স্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বৃহস্পতিবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক বৈঠক অনুস্থিত হয়। বৈঠকত সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত এক

কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰীলৈ ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াৰ পত্ৰ

ডিব্ৰুগড়ৰ টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচনক লৈ অচলাবস্থা গুৱাহাটীঃ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচন প্ৰদানক কেন্দ্ৰ কৰি দীর্ঘ দিন ধৰি চাহ শ্রমিক, কৰ্মচাৰী আৰু মালিক

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন

গুৱাহাটীঃ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ সৌজন্যত ৰামপুৰ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্য ‘নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল’ প্ৰাংগণত এখনি সভা জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাসৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ

২৫জুলাইৰ পৰা দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ হীৰক জয়ন্ত সমাৰোহৰ…

গৌৰীসাগৰঃ ১৯৬৪ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা কৰা জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়খনে সগৌৰৱে ৬০টা বৰ্ষত ভৰি দিলে। বিশিষ্ট শিক্ষাবিদ, বৰেণ্য ব্যক্তি হেমনাথ শর্মাৰ নামত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ একমাত্ৰ উচচ শিক্ষানুষ্ঠানখনে এই

শিমলুগুৰিত শিশু সমাৰোহ সম্পন্ন

গৌৰীসাগৰঃ যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ভগামুখ অংকুৰ মইনা পাৰিজাতৰ এদিনীয়া কায্যসূচীৰে শিশু সমাৰোহ সম্পন্ন হৈ যায়। ভগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু সমাৰোহত পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়।