ashomiyapatrika.com
Browsing Tag

Asomiya patrika

দীপাংকৰ গগৈৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়াক শাস্তি দিয়কঃ চিপিআই(এম-এল)

গুৱাহাটীঃ ২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ যোৱা কালি প্ৰকাশ পোৱা এন আই এৰ অভিযোগনামাত আৰক্ষীৰ ডায়েৰীত অন্যতম মুল অভিযুক্ত হিচাপে চিহ্নিত আৰক্ষীৰ নিৰ্যাতনত আত্মহত্যা কৰিবলৈ বাধ্য হোৱা দীপাংকৰ গগৈৰ নাম উল্লেখ

বঙাইগাঁৱত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যৱসায়ী সন্থাৰে মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী…

বঙাইগাঁওঃ যোৱা ১৯ জুনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বঙাইগাঁৱৰ অসম আৰক্ষী অভিৱৰ্তন কেন্দ্ৰত সামগ্ৰী আৰু সেৱা কৰ

দক্ষিণৰ বিগ বাজেটৰ ছবিৰ বাবে অসমৰ ছবিগৃহত এলাগী অসমৰ পটভূমিত নির্মত ছবি ‘কুকিঃ বিতৰকৰ বিৰুদ্ধে…

গুৱাহাটীঃ দক্ষিণৰ বিগ বাজেটৰ ছবি 'কাল্কি' বাবে অসমৰ ছবিগৃহত এলাগী অসমৰ পটভূমিত নির্মিত হিন্দী ছবি 'কুকি'য়ে। অসমৰ পটভূমিত নিৰ্মিত ছবিখনত অসমৰ এটাও ছবি গৃহত প্ৰাইমটাইম দিয়াটো দূৰৰে কথা কোনো এটা সময় নিদিয়াকলৈ বিতৰকৰ বিৰুদ্ধে গুৱাহাটীৰ ফাঁচি

দিখৌমুখত গড়ৰ মুক্ত বিচৰণঃ কথমপি প্ৰাণ ৰক্ষা দুই সাংবাদিক আৰু এজন বনৰক্ষীৰ

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌমুখ আৰু ৰূপহীমুখৰ সমীপৰ গড়ছিগা পথাৰত বিগত প্ৰায় এমাহৰ পৰা এটা প্ৰাপ্তবয়স্ক গড়ে বিচৰণ কৰা ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে আজি পুৱা গড়টো দেওঘৰীয়া আৰু জনমিৰি বৰগাঁৱৰ পথাৰত

বকোত জগন্নাথ মহাপ্ৰভূৰ ৰথ যাত্ৰাৰ আয়োজনঃ যাৱতীয় কাম-কাজৰ প্ৰস্তুতি

বকোঃ সনাতনী হিন্দু ধৰ্মৰ মহাপ্ৰভূ জয় শ্ৰী শ্ৰী জগন্নাথৰ ৰথ যাত্ৰা বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে। বকোৰ শ্ৰী শ্ৰী তাৰকব্ৰহ্ম হৰিনাম মহাযজ্ঞ প্ৰাঙ্গনত শুভাৰম্ভ হ'ব লগা ৰথযাত্ৰা অহা ৬ জুলাইৰ পৰা শুভাৰম্ভ হ'ব।

গুৱাহাটীত গণশিল্পী বিক্ৰম সিং য়েইনৰ মৃত্যু তিথি উদযাপন

গুৱাহাটীঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আদিৰ স'তে অভিনয়, গীত পৰিৱেশন কৰা প্ৰথিতযশা গণশিল্পী বিক্ৰম সিং য়েইনৰ আজি ৪৫সংখ্যক মৃত্যু দিৱস তাল চছাইটি আৰু অসম লুতাদ (অসমীয়া,

বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ বিভিন্ন কৃত্ৰিম বানাক্ৰান্ত এলেকা পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ৰুক্মিণীগাঁ‌ও অঞ্চলৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিনিধিৰে মন্ত্ৰী সিংহলৰ বিশেষ বৈঠক গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জিলা আয়ুক্তৰ লগতে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন

বকোত বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত জোৰ সমদলঃ দূধনৈৰ হিৰণময় খাখলাৰীৰ পৰিয়ালক…

বকোঃ গোৱালপাৰা জিলাৰ দূধনৈৰ হিৰণময় খাখলাৰী নামৰ যুৱক এগৰাকীক যোৱা ৫ মে'ৰ দিনা একাংশ আততায়ীয়ে হত্যা কৰে। উল্লেখ্য যে এক বৰ্বৰ ধৰ্ষণৰ ঘটনাৰ পাকচক্ৰত জড়িত কৰি হিৰণয়ম খাখলাৰীক বৰ্বৰ ভাৱে হত্যা কৰা হয়। এই দূৰ্ভাগ্যজনক ঘটনাক তীব্ৰ ভাষাৰে

মূখ্যমন্ত্ৰীৰ আহ্বানত অম্বুবাচী মেলাত ভক্তলৈ সহায়ৰ হাত জালুকবাৰীৰ বিজেপি কাৰ্যকৰ্তাৰ

গুৱাহাটীঃ বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে বিশ্ব বিখ্যাত অম্বুবাচী মেলা। আনহাতে পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ হিচাপে পৰিগণিত হৈ অহা অম্বুবাচী মেলাখন যাতে সুচাৰুভাবে সম্পন্ন হয় তাৰ

শিক্ষা-সেতু শিক্ষক সমাজৰ বাবে অপমানজনকঃ চিপিআই (এম-এল)

গুৱাহাটীঃ চিপিআই (এম-এল) ৰ অসম ৰাজ্যিক সমিতিয়ে সমাজৰ শিক্ষিত অংশৰ প্ৰতিনিধি শিক্ষক সমাজক মুখ্যমন্ত্ৰীয়ে সামন্তপ্ৰভুৰ দৰে দীৰ্ঘ সময় ধৰি অপমান কৰি অহা কাৰ্যক ধিক্কাৰ জনাইছে। শেহতীয়াকৈ শিক্ষানুষ্ঠান সমূহত শিক্ষা সেতু এপচ ব্যৱহাৰ কৰাৰ ফলত