গৌৰীসাগৰ অঞ্চলৰ খনাখোকোৰাৰ সমস্যাসমূহ সমাধান হ’বনে?
গৌৰীসাগৰঃ গৌৰীসাগৰ সমীপৰ দুলীয়া, ধনেখোৱা, খৰা'ধৰা, ৰঘুবাৰীৰ একাংশ, ন-দুলীয়া, ন-দিছিয়াল গ্ৰামাঞ্চলৰ সামৰি খনাখোকোৰা অঞ্চলৰ সৃষ্টি হৈছে। অঞ্চলটোৰ এক সুকীয়া বৈশিষ্ট্য হল বৰপেটা সত্ৰৰ প্ৰথমজনা অধিকাৰ মথুৰা দাস বুঢ়া আতাৰ পাঁচ পুৰুষৰ আগৰ চিৰাই!-->…