অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰঃ সাত দিনত ১কোটি ৯০ লাখ টকাৰ গ্ৰন্থ…
অসমীয়া উপন্যাসে স্বকীয়তাৰে মূৰ দাঙি উঠিছেঃ অনুৰাধা শৰ্মা পূজাৰী
গুৱাহাটীঃ ‘ৰূপান্তৰ আৰু অন্বেষণৰ মাজেৰে অসমীয়া উপন্যাস স্বকীয়তাৰে মূৰ দাঙি উঠিছে৷ পদ্মনাথ গোঁহাই বৰুৱাৰ ‘ভানুমতী’ৰে আৰম্ভ হোৱা অসমীয়া উপন্যাসৰ ধাৰাটোক ৰজনীকান্ত বৰদলৈয়ে!-->!-->!-->…