ashomiyapatrika.com
Browsing Tag

Announced

শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ জাননী

গুৱাহাটীঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা  বানৰ বাবে কাইলৈ অৰ্থাৎ অহা ৬ আগষ্ট ২০২৪ (মংগলবাৰ)ত গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ  সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান- মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ

বি টি আৰত স্থাপন হব দহটা মহাকাশ লেবঃ প্ৰমোদ বড়োৰ ঘোষণা

কোকোৰাঝাৰঃ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে উল্লেখ কৰে যে শিক্ষা পাঠ্যক্ৰমৰ অবিচ্ছেদ্য অংগ হিচাপে মহাকাশ শিক্ষাৰ পৰিসৰ বৃদ্ধিৰ বাবে অঞ্চলটোত দহটা মহাকাশ লেব স্থাপনৰ সিদ্ধান্তৰ জৰিয়তে বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ শিক্ষা খণ্ডই এক নতুন মাইলৰ

চেবাৰ নিৰ্দেশনাঃ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা

গুৱাহাটীঃ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ছেবা কৰ্তৃপক্ষই। চেবাৰ সচিব স্বাক্ষৰিত এক পত্ৰত জনোৱা অনুসৰি আগন্তুক ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱজেক্টিভ

শিলসাঁকোত উচ্ছেদিতলৈ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

গুৱাহাটীঃ শিলসাঁকো বিলত উচ্ছেদিতৰ বাবে আজি কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ পৰা প্ৰথম পৰ্যায়ত মুঠ ৭৫ লাখ টকাৰ এককালিন সাহাৰ্যত আবন্টন দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷

২০২৩ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা ঘোষণাঃ নিম্ন প্ৰাথমিকৰ ১৩গৰাকী, মাধ্যমিক পৰ্যায়ৰ ২১গৰাকী আৰু উচ্চ…

গুৱাহাটীঃ প্ৰতিবছৰে শিক্ষক দিৱসৰ দিনটোতে ৰাজ্য চৰকাৰে শিক্ষক সকললৈ বটা প্ৰদানৰ জৰিয়তে কৃতী শিক্ষকৰ বটা প্ৰদান কৰি আহিছে৷ অন্য বৰ্ষৰ দৰে এইবাৰো প্ৰদান কৰিবলগীয়া ২০২৩ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা আজি ঘোষণা ঘোষণা কৰা হৈছে৷ ঘোষিত অনুসৰি এইবাৰ

চাকৰি নিয়মীয়াকৰণৰ ঘোষণাই আশাৰ সঞ্চাৰ কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ

মুখ্যমন্ত্ৰীৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ঘোষণাত কৃতজ্ঞতা প্ৰকাশ শিক্ষক সমাজৰ গুৱাহাটীঃ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত কালি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই ৰাজ্যৰ সৰ্বশিক্ষা

খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

গুৱাহাটীঃ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱস উদযাপনৰ পৰিপেক্ষিতত খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু ইয়াৰ চৌদিশৰ এলেকাক দুদিনৰ বাবে আজি অৰ্থাৎ আজি আৰু কাইলৈ অৰ্থাৎ ১৫ আগষ্টত

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাৰ ফলাফল ঘোষণাঃ কলা শাখাত কোনে কোনে স্হান দখল কৰিলে

গুৱাহাটীঃ ৰাজ্যবাসীয়ে বহু আশাৰে বাট চাই থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-সংকল্পজিৎ শইকীয়াই।তেওঁ মুঠ ৪৯০