কৃষকক উৎসাহিত কৰিবলৈ অহা ২১জানুৱাৰীত ৬টা শিতানত ‘অংকুৰিত অসম’ কৃষি বঁটা
প্ৰদান কৰা হ'ব অংকুৰিত অসম কৃষক ৰত্ন বঁটা
গুৱাহাটীঃ প্ৰতিটো ঋতু অসমৰ খেতিপথাৰ নদন বদন হৈ থকা, অসমৰ থলুৱা কৃষ্টি সংকৃতি, বেহা বানিজ্য উন্নতিকৰণেৰে এখন স্বাবলম্বী তথা আত্ম নিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষৰে গঠিত হৈছে 'অংকুৰিত অসম'। এখন ৰাজ্য!-->!-->!-->…