কামৰূপ জিলাৰ পৰা ৩২ টা অমৃত কলহ লৈ ৰাওনা ১৬ স্বেচ্ছাসেৱক
অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ্ কৰিলে বিধায়ক দিগন্ত কলিতাই
গুৱাহাটীঃ কামৰূপ জিলাৰ ১৪ টা উন্নয়ন খণ্ড আৰু দুখন পৌৰসভাৰ পৰা মুঠ ১৬ জনীয়া স্বেচ্ছাসেৱকৰ দলে দুটাকৈ অমৃত কলহ লৈ আজি গুৱাহাটীলৈ যাত্ৰা কৰে। গুৱাহাটীত কাইলৈ অনুষ্ঠিত হবলগীয়া!-->!-->!-->…