অসমত ভয়ঙ্কৰ সংস্থাপনহীনতা, বহিঃৰাজ্যত প্ৰতিনিয়ত প্ৰাণ গৈছে অসমীয়া যুৱকৰ
কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদঃ ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক
গুৱাহাটীঃ অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ!-->!-->!-->…