প্ৰধানমন্ত্ৰী আগবাঢ়ি আহি সমস্যা সমাধান কৰি মণিপুৰৰ পৰিস্থিতি চম্ভালিব লাগেঃ অৰবিন্দ কেজৰিৱাল
মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰঃ মণিপুৰ বিগত তিনিমাহ ধৰি হিংসা আৰু নৃশংসতাৰ জুইকুৰাত জ্বলি আছে - গোপাল ৰায়
নতুন দিল্লী/গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমৰ সমষ্টিয়ে সমষ্টিয়ে আজি মণিপুৰত চলি থকা হিংসা আৰু!-->!-->!-->…