মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বাজেপয়ী ভৱনৰ ছত্ৰছায়াত ৰাজ্যত চলিছে চাকৰিৰ বজাৰ
সংবাদ মেলত অসম জাতীয় পৰিষদৰ গুৰতৰ অভিযেগঃ ন্যায়িক তদন্ত দাবী
গুৱাহাটীঃ ৰাজ্যত শেহীয়াভাৱে উন্মোচিত হোৱা বৃহৎ চাকৰিৰ বজাৰখন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনৰ পৰাই পৰিচালিত হোৱাৰ!-->!-->!-->…