আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰেঃ আপ
কাৰ্যতঃ এক লাখ টকাৰ বিনিময়ত আশা কৰ্মীৰ সংস্থাপন নিঃশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটীঃ চৰকাৰী স্বাস্থ্যসেৱাৰ 'ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ' হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত!-->!-->!-->…