ashomiyapatrika.com
Browsing Tag

against

নীটৰ অনিয়মত বিজেপি জড়িত থকাৰ অভিযোগত দেশজোৰা প্ৰতিবাদ

নীট কেলেংকাৰিৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আপৰ গুৱাহাটীঃ মেডিকেল নামভৰ্তিৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰঃ একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাছত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহব

অদক্ষ শিক্ষামন্ত্রীয়ে পদত্যাগ কৰক গুৱাহাটীঃ ৰাজ্যত শীঘ্ৰে বন্ধ কৰি দিয়া হব ৭৯ খন চৰকাৰী মহাবিদ্যালয়৷ সেই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰগোঁহাই, ৰাতুল হুচেইন,

অসমৰ উন্নতিতকৈ চীনৰ দালালী এতিয়া আলফা (স্বা)ৰ মুখ্য বিষয়ঃ হিন্দু যুৱ ছাত্ৰ

গুৱাহাটীঃ স্বাধীন অসমৰ দাবী তোলা আলফা স্বাধীনে এতিয়া গুণ্ডা ৰাষ্ট্র চীনৰ দালালী কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছে। এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ। আজি বাতৰি কাকতলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফা স্বাধীনক এনেদৰে সমালোচনা কৰি সংগঠনটোৰ

এপিএছচি কেলেংকাৰিৰ তদন্তঃ লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী – ডি ৱাই এফ আই

গুৱাহাটীঃ অভিযুক্তৰ শ্ৰেণী বিভাজন কৰি একাংশ অপৰাধীৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰাৰ লগতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াই এটা পৰিধিৰ মাজত সোমাই পৰিছে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিযোগ কৰিছে আৰু তদন্ত

পৰিবেশ ৰক্ষাৰ বাবে নহয়, পৰিবেশ ধ্বংসৰ বাবেহে গীনিজ অভিলেখ চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনঃ আপ

তিনি লাখ গছপুলি ৰোপন কৰি অভিলেখ কৰা ডিব্ৰুগড়ৰ অভয়পুৰত এতিয়া আছে কেবল শুকান ঠাৰি গুৱাহাটীঃ পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয়, কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ 'অমৃত বৃক্ষ আন্দোলন’ - এই মন্তব্য আপ অসমৰ

সমন্বয়ৰ অসমত সাম্প্রদায়িক বিজেপি আৰু এআইইউডিএফ দলে নাটক আৰু নৃত্য নাটিকাৰে আবেগৰ বীজ সিঁচিব বিচাৰে

গুৱাহাটীঃ বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্রদায়িক দল। দুয়োটা দলেই সাম্প্রদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্রদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ৷ আপৰ

ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ নামত অবৈধভাৱে ভূমি ক্ৰয়- ১০ কোটি টকাৰ ৰাজ সাহায্য গ্ৰহণ প্ৰসংগঃ জাতীয়…

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ পত্নীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা নাই৷ হয় লোৱা নাই৷ লোৱা বুলি আমিও কোৱা নাই৷ আমি কৈছো- ল'বলৈ গৈ আছিল৷ লোৱাৰ আগতে ধৰা পৰিল৷ বাতৰি ওলাই গ'ল৷ গতিকে এতিয়া নলওঁ বুলি কৈছে৷ এই মন্তব্য

আকৌ পোহৰলৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ আন এক বৃহৎ ভূমি কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীলৈ ১০ কোটি…

মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে আইন সুকীয়া নেকি বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ জনসাধাৰণৰ বাবে কাম কৰাৰ পৰিৱৰ্তে নিজৰ পত্নী আৰু পৰিয়ালৰ হৈ কাম কৰিবলৈকে উঠি-পৰি লাগিছে ড° হিমন্ত বিশ্ব শৰ্মাই। জনসেৱাৰ পৰিৱৰ্তে নিজৰ

মেধা নালাগে, ডলাৰ লাগে চৰকাৰকঃ জিতুল ডেকা

এন আৰ আই কোটাত মেডিকেলৰ নাম ভর্তি প্রতিক্রিয়া আপৰঃ মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে গুৱাহাটীঃ এন আৰ আই কোটাৰ জড়িয়তে ৰাজ্যৰ চিকিৎসা খণ্ডৰ এম বি বি এছৰ নামভৰ্তিৰ ক্ষেত্ৰত মেধাৰ পৰিবৰ্তে ডলাৰৰ ওপৰত অধিক

সাংবাদিকক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীৰে কলা বেজ পৰিধান কৰি…

গুৱাহাটীঃ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্বব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ