বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰাত উৎফুল্লিত ৰাভা হাছংবাসী
পৰিষদৰ ৰাজনৈতিক কোষৰ দ্বাৰা আদৰণি যাত্ৰা
বকোঃ দেশৰ নিৰ্বাচনী আয়োগৰ প্ৰস্তাৱিত সমষ্টিৰ তালিকাত অসম প্ৰদেশৰ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰাত সন্তুষ্টি প্ৰকাশ কৰি আজি বকোত আঁদৰণি যাত্ৰা শীৰ্ষক সমদল!-->!-->!-->…