ashomiyapatrika.com
Browsing Tag

AAP Assam

চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰঃ বিজেপিৰ…

দলত বৃদ্ধি পোৱা দালাল বিচাৰিবলৈ বাজপেয়ী ভৱনত ভিজিলেঞ্চৰ কাৰ্যালয় খোলাৰ আহ্বান আপ নেতা জিতুল ডেকাৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত খোদ বাজপেয়ী ভৱনৰ পৰাই চলিছে চাকৰিৰ বজাৰ। টকা দিয়া, চাকৰি লোৱা এই

ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ আহ্বান আপৰ সভাপতি ভবেন চৌধুৰীৰ

গুৱাহাটীঃ ঔপনিৱেশিক ব্ৰিটিছৰ হাতোৰাৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা এক ঐতিহাসিক পৰিঘটনা। ই সকলো ভাৰতীয়ক উদ্‌বুদ্ধ কৰি আহিছে। লাখ লাখ স্বাধীনতা সেনানীৰ ত্যাগৰ বিনিময়ত আমি লাভ কৰিলো এই স্বাধীনতা৷ গতিকে প্রতিজন অসমবাসী তথা ভাৰতীয়ক আমাৰ

মেধা নালাগে, ডলাৰ লাগে চৰকাৰকঃ জিতুল ডেকা

এন আৰ আই কোটাত মেডিকেলৰ নাম ভর্তি প্রতিক্রিয়া আপৰঃ মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে গুৱাহাটীঃ এন আৰ আই কোটাৰ জড়িয়তে ৰাজ্যৰ চিকিৎসা খণ্ডৰ এম বি বি এছৰ নামভৰ্তিৰ ক্ষেত্ৰত মেধাৰ পৰিবৰ্তে ডলাৰৰ ওপৰত অধিক

আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰেঃ আপ

কাৰ্যতঃ এক লাখ টকাৰ বিনিময়ত আশা কৰ্মীৰ সংস্থাপন নিঃশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীঃ চৰকাৰী স্বাস্থ্যসেৱাৰ 'ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ' হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত

সেতুবন্ধন কাৰ্যসূচীৰ অন্তৰ্গত ড° নগেন শইকীয়াক সাক্ষাৎ আপৰ নেতৃত্বৰঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন…

গুৱাহাটীঃ আম আদমি পাৰ্টীৰ সেতুবন্ধন কাৰ্যসূচীৰ অন্তৰ্গত আজি বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ড° নগেন শইকীয়াক ডিব্ৰুগড়ৰ নিজা বাসভৱনত আপৰ নেতৃত্বই সাক্ষাৎ কৰে। সভাপতি ডাঃ ভৱেন চৌধুৰী, অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, উপ-সভাপতি মনোজ

আপৰ প্ৰশ্নঃ অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে?

একাদশ-দ্বাদশ শ্ৰেণীত অসমীয়া ভাষা অন্তৰ্ভুক্তিৰ দাবী আপ অসমৰ গুৱাহাটীঃ নতুন শিক্ষা নীতিত সকলো চি বি এছ চি পাঠ্যক্ৰমত মাতৃভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতো অসমৰ নৱোদয় বিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়াক এটা

আপৰ অভিযোগঃ ছিণ্ডিকেটকৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰিব বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মেকুৰীৰ দৰে…

চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীঃ অসমত ছিণ্ডিকেটৰাজ সমাপ্ত কৰিব বুলি ওফাইদাং মৰা হিমন্ত বিশ্ব শৰ্মাই এই কাম কেতিয়াও বন্ধ কৰিব নোৱাৰে। এই প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ। এক

ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰকঃ আপ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলো পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰি ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰক গুৱাহাটীঃ অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তৰ সুৰতে সুৰ মিলাই আম আদমি পাৰ্টীয়ে

মণিপুৰৰ ৰাজপথত দুগৰাকী কিশোৰীক উলংগ কৰি দলবদ্ধ নিৰ্যাতনৰ বিৰুদ্ধাচৰণঃ ছ’চিয়েল মিডিয়াত ‘আপ’ৰ…

গুৱাহাটীঃ বিগত প্ৰায় চাৰে তিনি মাহে গোষ্ঠী সংঘর্ষ অব্যাহত থকা মণিপুৰত শেহতীয়াকৈ সংঘটিত এক ভয়ানক তথা বীভৎস ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আম আদমি পাৰ্টীয়ে। ৰাজ্যখনত ধৰ্মীয় অনুষ্ঠানবোৰৰ লগতে মানুহৰ ঘৰ-বাৰী জ্বলিয়েই আছে আৰু

মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ আম আদমি পাৰ্টী, মহিলা, যুৱ শক্তি আৰু চি ৱাই এছ এছৰ

গুৱাহাটীঃ নিত্য প্ৰয়োজনীয় আৰু ব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ ৰাইজক। এই সন্দৰ্ভত আপ মহিলা শক্তি, যুৱ শক্তি, ছাত্ৰ-যুৱ শাখা আৰু জিলা সমিতিসমূহে সমগ্ৰ অসমতে কালি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু