ashomiyapatrika.com
Browsing Tag

AAP Assam

বিদ্যুত নিয়ামক আয়োগক নখ দন্ত হীন বাঘলৈ পৰিণত কৰিলে চৰকাৰেঃ জিতুল ডেকা

এ পি ডি চি এলক নিজাববীয়াকৈ বিদ্যুত মাছুল বৃদ্ধিৰ ক্ষমতা প্ৰদান সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া গুৱাহাটীঃ নিয়মীয়াকৈ বিদ্যুৎ যোগানত চুড়ান্ত ভাৱে ব্যৰ্থ শক্তি বিভাগে ডিজিটেল মিটাৰ, স্মাৰ্ট মিটাৰৰ নামত ৰাইজক বলিৰ পঠা সজাই আছে। বিদ্যুতৰ সঘন

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাবদ ছেবাৰ মাচুল সংগ্ৰহৰ সিদ্ধান্তৰ বিৰোধিতা ‘আপ’ৰঃ ছেবাৰ অধ্যক্ষক…

গুৱাহাটীঃ অসমৰ প্ৰায় ৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব লগা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামত পৰীক্ষাৰ্থীৰ পৰা ২২০০ টকাকৈ সংগ্ৰহ কৰা সিদ্ধান্তক বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে। দলটোৱে এই নির্দেশনা বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ

অভিলেখৰ সলনি মুখ্যমন্ত্ৰীয়ে অসমৰ জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰকঃ ডাঃ ভবেন চৌধুৰী

ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনিঃ আপ গুৱাহাটীঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ নামত লাখ লাখ গছ কাটি কেবল দুদিনৰ বাবে প্ৰচাৰধৰ্মী গছপুলি ৰোপণৰ চমক দিয়া কাৰ্যক গৰিহণা দিছে আম আদমি পাৰ্টীয়ে। ১৭

নাৰী শক্তি বন্দন বিধেয়কক মোদী চৰকাৰৰ নতুন ‘ঝুমলা’ আখ্যা ‘আপ’ৰ

প্রধানমন্ত্ৰীৰ উদ্দেশ্য যদি সৎ, তেন্তে ২০২৪ ৰ পূৰ্বে বিধেয়কখন কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰকঃ ভবেন চৌধুৰী গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপেই বিজেপিয়ে সংসদত উত্থাপন কৰিছে মহিলাৰ সংৰক্ষণ বিধেয়ক। সম্প্ৰতি বিজেপি দলে নিজৰ

অসম চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী ‘আপ’ৰঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটীঃ আম আদমি পাটীৰ ভাতৃ সংগঠন আপ যুৱ শক্তিৰ সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাৰ নেতৃত্বত এটি ৰাজ্যিক প্রতিনিধি দলে আজি ৰাজভৱনত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনত ব্যাপক কেলেংকাৰীৰ উচ্চ

নতুন সম্পত্তি পঞ্জীয়নত ৰাজহ বিভাগে অতিৰিক্ত টকা লৈ থকাৰ গোপন ৰহস্য ফাদিল ‘আপ’ৰ

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গোপনে সম্পত্তি বিক্রী কৰা, গোপনে অতিৰিক্ত কৰ সংগ্ৰহ কৰা, গোপনে মূল্যবৃদ্ধি কৰা কোনো নতুন কথা নহয়৷ আজি আম আদমি পাৰ্টীয়ে অসম চৰকাৰৰ ৰাজহ বিভাগে গ্রাহকে গম নোপোৱাকে বহু দিনৰ পৰা

মুখ্যমন্ত্ৰীয়ে দিল্লী আৰু পাঞ্জাৱ চৰকাৰৰ শক্তি বিভাগক অনুকৰণ কৰা উচিতঃ ডাঃ ভবেন চৌধুৰী

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শক্তি বিভাগটো প্রায় শক্তিহীন হৈ পৰিছেঃ আপ গুৱাহাটীঃ ২৪ ঘন্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰিম বুলি নিৰ্বাচনী প্রতিশ্রুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত সঘনাই লোডশ্বেডিঙৰ সমস্যাত বর্তমান

শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ দাবীত চানমাৰিত ‘আপ’ৰ প্ৰতিবাদঃ ৰাজ্যপাললৈ স্মাৰক…

গুৱাহাটীঃ গুৱাহাটী মহানগৰীক বানমুক্ত আৰু জলাশয় সংৰক্ষণৰ নামত অসম চৰকাৰে শিলসাঁকোত বছৰ বছৰ ধৰি বসবাস কৰি থকা খিলঞ্জীয়া শ শ পৰিয়ালক বহু দিনৰ পৰা কোনো ক্ষতিপূৰ্ণ আৰু পুনঃসংস্থাপনৰ নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি

এন আৰ আই কোটাত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশক আদৰণি আম আদমি…

আপ-অসমে বিৰোধিতা কৰি আহিছিল ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক গুৱাহাটীঃ আজি উচ্চতম ন্যায়ালয়ে এখন আবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত এন আৰ আই কোটাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰা নিৰ্দেশক আদৰণি জনাইছে আপ

ধেমাজি কাণ্ডৰ দোষী শাস্তিৰ পৰা বঞ্চিত – আপৰ প্ৰতিক্ৰিয়া

১৯ বছৰ পুৰণি কাণ্ডটোৰ প্ৰকৃত দোষীক চিনাক্ত কৰাত ব্যৰ্থ হোৱা বাবে গৃহ বিভাগ আৰু চৰকাৰক জবাবদিহি ‘আপ’ৰ গুৱাহাটীঃ অসমৰ ইতিহাসত সংঘটিত হোৱা বিছিন্নতাবাদীৰ অন্যতম ৰক্তাক্ত কর্ম আছিল ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজি বোমা বিস্ফোৰণ। য'ত কণ কণ ১৪