ashomiyapatrika.com
Browsing Tag

AAP Assam

পুৰণি পেঞ্চন ব্যৱস্থাৰ সপক্ষে আম আদমি পাৰ্টী

সদ্দিচ্ছা থাকিলে চৰকাৰে পঞ্জাবৰ দৰেই অসমতো অ’ পি এছ প্ৰবৰ্তন কৰিব পাৰিবঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ সমগ্ৰ দেশতেই চৰকাৰী কৰ্মচাৰী সকলৰ সৈতে হোৱা অন্যায়ৰ বিৰোধীতাৰে প্ৰতিবাদ গা কৰি উঠিছে৷ নতুন পেঞ্চন ব্যৱস্থাৰে কৰ্মচাৰী সকলৰ ভবিষ্যত

চৰকাৰী আঁচনি কাটি দিয়াৰ ভাবুকিৰে বিজেপিয়ে ৰাজনীতিৰ মহাৰণত জয়ী হোৱাৰ সপোন দেখিছেঃ ডাঃ ভবেন চৌধুৰী

গুৱাহাটীঃ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন সমাগত৷ সকলো ৰাজনৈতিক দলৰ নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজৰ মাত্ৰা বাঢ়িছে৷ বিৰোধী ৰাজনৈতিক দল সমূহৰ অন্যতম আম আদমি পাৰ্টীয়েও অসমৰ চুকেকোণে সাংগঠনিক প্ৰসাৰ আৰু ৰাজনৈতিক প্ৰচাৰত নামি পৰিছে৷ আপৰ চিৰাং জিলা

চেঞ্চুৰীৰ দিশে পিয়াঁজৰ মূল্য, যোগান মন্ত্ৰীৰ ব্যৰ্থতাত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অবস্থাঃ ডাঃ…

গুৱাহাটীঃ বিগত কিছু বছৰৰ পৰা পণ্য-দ্ৰব্যৰ বজাৰৰ মূল্য-বৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। বৰ্তমানৰ চৰকাৰখনে ক্ষমতালৈ অহাৰ পূৰ্বে পণ্য-সামগ্ৰীৰ মূল্য-বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে বাগাড়ম্বৰপূৰ্ণ নানা বক্তব্যৰে জনতাক ব্যতিব্যস্ত কৰি

সমন্বয়ৰ অসমত সাম্প্রদায়িক বিজেপি আৰু এআইইউডিএফ দলে নাটক আৰু নৃত্য নাটিকাৰে আবেগৰ বীজ সিঁচিব বিচাৰে

গুৱাহাটীঃ বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্রদায়িক দল। দুয়োটা দলেই সাম্প্রদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্রদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ৷ আপৰ

বিজেপি চৰকাৰে ৭ নৱেম্বৰত পুনৰ ১০০০ কোটি ঋণ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আপঃ ঋণ নোলোৱাকৈ চৰকাৰ চলাব…

বিজেপিৰ ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ অসমত লাগে ‘সিংঘম’ৰ দৰে আৰক্ষী বিষয়াঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ অসমত আজি 'সিংঘম'ৰ দৰে আৰক্ষী বিষয়াৰ প্ৰয়োজন ৰাইজে উপলব্ধি কৰিছে আৰু তেতিয়াহে অসমত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা 'ছিণ্ডিকেটৰাজ' বন্ধ

এপিএছচি কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জিতুল ডেকা

বাঘৰ দৰে জপিওৱাৰ পৰিবৰ্তে মানৱীয়তাকহে ঢাল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীঃ দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া এপিএছচিত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াৰ

আপ’ৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ চমন জাৰি কৰাত ক্ষোভ প্রকাশ ‘আপ’ৰ অসমৰ

সকলোৰ বিৰোধী নেতাক কাৰাগাৰত ভৰালেও ২৪’ত বিজেপিৰ পৰাজয় নিশ্চিতঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ কেন্দ্ৰীয় বিধি বলৱৎকাৰী সংস্থা চমুকৈ ই ডিয়ে দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ২ নৱেম্বৰত ইডি কার্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী

‘২৪ৰ নিৰ্বাচনত জনসাধাৰণে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিবঃ ডাঃ ভবেন চৌধুৰী

ভৱেশ কলিতা, পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাই বিৰোধী ঐক্যক কৰা তাচ্ছিল্য মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ‘আপ’ৰ গুৱাহাটীঃ আসন্ন লোকসভা নিৰ্বাচনত বিজেপিত প্রতিহত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ১৩ দলীয়া বিৰোধী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰৰ

দিল্লী চৰকাৰক উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক বিভাগ গঠন কৰিবলৈ প্ৰস্তাৱ

উত্তৰ-পূৱৰ লগতে অসমতো লোকসভা নিৰ্বাচনত অবতীর্ণ হোৱাৰ সিদ্ধান্তঃ গঠন হ'ব উত্তৰ-পূৱ সমন্বয়ৰক্ষী সমিতি গুৱাহাটীঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ লগতে উত্তৰপূৱ ভাৰতৰ সংস্কৃতিৰ আঁসোরাহ পূর্ণ উপস্থাপনত ৰাজ্যজুৰি বিতৰ্কৰ অৱতাৰণা হোৱাৰ সময়তে আপ

ৰাজ্যৰ ৪০ শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ আপ

আপৰ চৰকাৰে বিনামুলীয়া আঁচনি দিছে যদিও এটকাও ঋণ লোৱা নাই, এটকাও কৰ বৃদ্ধি কৰা নাইঃ ভবেন চৌধুৰী গুৱাহাটীঃ অসমৰ বিপন্ন অৰ্থনীতিৰ মাজতেই হিতাধিকাৰীৰৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে। কল্যাণকামী চৰকাৰে এখনে হিতাধিকাৰী সৃষ্টি কৰাটো দোষণীয় হ'ব