ashomiyapatrika.com
Browsing Tag

AAP Assam

২০২৩ চনৰ স্বচ্ছ সর্বেক্ষণ বঁটাত গুৱাহাটীৰ দুৰ্বল ৰেংকিঙক লৈ আম আদমি পাৰ্টীৰ উদ্বেগ প্রকাশ

গুৱাহাটীঃ ভাৰতৰ ৩৫ খন ৰাজধানী চহৰৰ ভিতৰত ৩১ নম্বৰ স্থান লাভ কৰা স্বচ্ছ সর্বেক্ষণ বঁটা ২০২৩ ত গুৱাহাটীৰ নিৰাশাজনক প্রদর্শনক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে আম আদমি পার্টীয়ে। এই আতংকজনক ফলাফলে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা মহানগৰীৰ

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মান কৰা দৌলগুৰি দৌল আজি পৰিত্যক্তঃ আপৰ সজাতি দলৰ পৰিদৰ্শন

ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপি চৰকাৰে বুৰঞ্জী প্ৰসিদ্ধ দৌল দেৱালয়ৰ সংৰক্ষণত ব্যৰ্থ হৈছে গহপুৰঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসন কালত খামচেং দৌল বন্ধা গোঁহাই এ নিৰ্মান কৰা দৌলগুৰি দৌল আজি আম আদমি পাৰ্টী অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ নিৰ্দেশত

চাপৰত বিশাল জনসভা, শোভাযাত্ৰাৰে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে বিৰোধী ঐক্যমঞ্চই

বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰালে বিজেপি পৰাজয় হোৱাটো নিশ্চিতঃ ডাঃ ভবেন চৌধুৰী চাপৰঃ আগন্তুক লোক সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্যমঞ্চই জননেতা শৰৎ চন্দ্ৰ সিংহৰ ওপজা ঠাই চাপৰৰ পৰা ৰণডংকা বজালে। এই উপলক্ষে চাপৰস্থিত 'অঞ্জলি

বন্দুকৰ গুলীৰে সমস্যা সমাধান কৰিব নোৱাৰিঃ ডাঃ ভবেন চৌধুৰী

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ বিভাগে সন্দেহৰ ভিত্তিত অসমীয়া যুৱকক ভুৱা এনকাউন্টাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা আম আদমি পাৰ্টীৰ গুৱাহাটীঃ যোৱাকালি শদিয়া আৰক্ষী আৰু আছাম ৰাইফলচৰ যুটীয়া অভিযানত সন্দেহৰ ভিত্তিত চাৰিজনকৈ অসমীয়া যুৱকক এনকাউন্টাৰ

সুৰক্ষিত হ’ব লাগিব অসম আৰু অসমীয়াঃ ভবেন চৌধুৰী

'কা' বিৰোধী আন্দোলনৰ ছহিদক শ্রদ্ধাঞ্জলি 'আপ'ৰ গুৱাহাটীঃ আম আদমি পার্টীয়ে আজি গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত খিলঞ্জীয়া বিৰোধী, সাম্প্রদায়িক আৰু অসাংবিধানিক নাগৰিকত্ব আইন চমুকৈ 'কা' বাতিলৰ দাবীত গঢ়ি উঠা আন্দোলনত অসম মাতৃৰ সুৰক্ষাৰ

পৰিবেশ ৰক্ষাৰ বাবে নহয়, পৰিবেশ ধ্বংসৰ বাবেহে গীনিজ অভিলেখ চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনঃ আপ

তিনি লাখ গছপুলি ৰোপন কৰি অভিলেখ কৰা ডিব্ৰুগড়ৰ অভয়পুৰত এতিয়া আছে কেবল শুকান ঠাৰি গুৱাহাটীঃ পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয়, কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ 'অমৃত বৃক্ষ আন্দোলন’ - এই মন্তব্য আপ অসমৰ

গাঁৱৰ ঘৰে পথাৰে আম আদমি পাৰ্টীঃ সবল গাওঁ, উন্নত অসম শ্ল’গানেৰে আপৰ ‘গাঁৱলৈ যাত্ৰা’

শোণিতপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটী লোকসভাত আপৰ ব্যাপক প্ৰস্তুতি গুৱাহাটীঃ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনলৈ টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷ সাংগঠনিক ভেটি সুদৃঢ় কৰাত উঠিপৰি লাগিছে আপে৷ যোৱা ১৫ নৱেম্বৰৰ পৰা দলটোৱে “গাঁৱলৈ যাত্ৰা” কাৰ্যসূচী গ্ৰহণ

ৰাজ্যজুৰি ‘আপ’ৰ একাদশ প্রতিষ্ঠা দিৱস পালন

গুৱাহাটীঃ 'ইণ্ডিয়া ইগেইনষ্ট কৰাপচন'ৰ বেনাৰত জন্মগ্রহণ কৰা দল আম আদমী পাৰ্টীৰ আজি একাদশ প্রতিষ্ঠা দিৱসটি সমগ্র দেশৰ লগতে গুৱাহাটীতো অসম ৰাজ্যিক সমিতিৰ উদ্যোগত দলৰ মুখ্য কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অৰবিন্দ কেজৰিৱালৰ সততা

গুৱাহাটী লোকসভাতো আপৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচীঃ অৰবিন্দ কেজৰীৱালৰ বাৰ্তালৈ গাঁৱে গাঁৱে যাব আপৰ কৰ্মী

গুৱাহাটীঃ আম আদমি পাৰ্টী অসমৰ ব্যতিক্ৰমী কাৰ্যসূচী ‘গাঁৱলৈ যাত্ৰা’, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিতে অহা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ ‘সবল গাও, উন্নত অসম’ শ্লোগানেৰে সমগ্ৰ অসমতে আপ অসমে কৰা এই যাত্ৰা গুবাহাটী লোকসভা

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত অসমৰ ৰাজ্যপালঃ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিলে গোলাব চান্দ কাটাৰীয়াইঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ এখন ৰাজ্যৰ ৰাজ্যপাল গৰাকী সাংবিধানিক মুৰব্বী৷ ৰাজনীতিৰ উৰ্দ্ধত থাকি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যখনত সংবিধান ৰক্ষাৰ দ্বায়িত্ব ৰাজ্যপালৰ৷ কিন্তু সকলোৰে