ashomiyapatrika.com
Browsing Tag

AAP Assam

পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশঃ ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ…

চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি বিজেপি চৰকাৰে শিক্ষাৰ বাণিজ্যিকিকৰণ কৰিব বিচাৰিছে গুৱাহাটীঃ ‘যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত আপৰ বিক্ষোভ

গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহত আৰক্ষীৰ বাধাঃ শতাধিক নেতা-কৰ্মীৰ বিক্ষোভত উত্তাল মহানগৰীৰ ৰাজপথ গুৱাহাটীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে গুৱাহাটীত গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন আম আদমী পাৰ্টিৰ।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰতিমূৰ্তি দাহঃ চাকমা – হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ…

বিজেপি চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্ত মানি নলয় আপে গুৱাহাটীঃ মহানগৰীৰ গণেশগুৰিত আজি আম আদমী পাৰ্টিৰ স্বেচ্ছাসেৱক সকলে দাহ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰতিমূৰ্তি। অৰুণাচলত বসবাস কৰা চাকমা-হাজং শৰণাৰ্থী সকলক অসমত সংস্থাপনৰ

ডিগবৈত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নিৰ্বাচনী সমাবেশঃ অসম চৰকাৰে ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে

চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধিৰ সংকল্পঃ অসমতো দিল্লী, পঞ্জাবৰ দৰে চৰকাৰী স্কুল, মহল্লা ক্লিনিকৰ পোষকতা গুৱাহাটীঃ ‘অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক আখ্যা আপৰ

আৰক্ষী মোতায়েনৰ জৰিয়তে ভীতি প্ৰদৰ্শনৰ অভিযোগ গুৱাহাটীঃ আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত বৃহস্পতিবাৰে হঠাতে আৰক্ষী মোতায়েন কৰাৰ বিৰুদ্ধে সৰৱ হ'ল দলৰ ৰাজ্যিক নেতৃত্ব। দেশৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত প্ৰথমে আপৰ ৰাষ্ট্ৰীয়

কেইগৰাকীমান মহিলাক লাখপতি কৰিয়েই মহিলা সবলীকৰণ কৰিব নেকি বিজেপি চৰকাৰে- অনুৰূপা ডেকাৰজা

বিজেপি চৰকাৰৰ মহিলাবিৰোধী স্থিতিক কঠোৰ সমালোচনা আম আদমি পাৰ্টীৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ‘লাখপতি বাইদেউ’ আঁচনিক তীব্ৰ সমালোচনা কৰি এখন সংবাদমেল সম্বোধন কৰে আম আদমি পাৰ্টী, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা

গণ আন্দোলন অবিহনে অসমে পোৱা নাছিল শোধনাগাৰ-শিক্ষাৰ মাধ্যম-অসম চুক্তিঃ আম আদমি পাৰ্টী

আৰক্ষী সঞ্চালকপ্ৰধানক বিজেপিৰ ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়নি ডাঃ ভবেন চৌধুৰীৰ গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিব বুলি ঘোষণা কৰাৰ পিছতে অসমবাসী

অসমত অভিলেখ ৰচনা কৰি বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ

আপৰ চৰকাৰ হ’লে পুনৰ মুকলি কৰা হ’ব বন্ধ হৈ যোৱা প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠান গুৱাহাটীঃ দেশ এখনৰ ভবিষ্যত বুনিয়াদ নিৰ্মাণ কৰে দেশৰ শিক্ষা ব্যৱস্থাই। সু-শিক্ষাই নিৰ্মাণ কৰে দেশৰ অমূল্য মানৱ সম্পদ। কিন্তু দেশৰ ভবিষ্যত নিৰাপদ কৰা শিক্ষা

মেয়ৰক আপ নেত্ৰীৰ প্ৰশ্ন – মৃগেন শৰণীয়াই পানী নোখোৱাকৈ জীয়াই থাকিব পাৰিবনে?

গুৱাহাটী পৌৰ নিগমৰ স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টিঃ মহানগৰবাসীক খোৱা পানীৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ মেয়ৰ মৃগেন শৰণীয়াৰ গুৱাহাটীঃ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টি। বৃহস্পতিবাৰে

দৰিদ্ৰতা, নিৱনুৱা সমস্যা সমাধানৰ পৰিকল্পনা নাইঃ ডাঃ ভবেন চৌধুৰী

নির্বাচনমুখী বাজেটঃ আম আদমি পার্টী গুৱাহাটীঃ 'বাজেটত দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো দূৰদৃষ্টি নাই। বৰং নির্বাচনক লৈহে দৃষ্টি নিবদ্ধ। ভোট কিনিবলৈ পোনপটীয়াকৈ বাজেটত ব্যৱস্থা লোৱা হৈছে।'- আজি বিত্তমন্ত্রী অজন্তা নেওগে