ashomiyapatrika.com
Browsing Tag

Aam admi party

বহু দেশত নিষিদ্ধ তৈল খেজুৰৰ খেতি অকল উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰত কিয়?

গুৱাহাটীঃ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত বৃহৎ কোম্পানী একাংশই অসমৰ পথাৰত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। এক প্ৰেছ বিজ্ঞপ্তি যোগে দলৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই খেতিৰ পৰা পাৰিপাৰ্শ্বিকতাত

প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা সম্পন্ন

বিৰোধী 'ইণ্ডিয়া'ৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ সমষ্টিবাসীক আহ্বান উপ-সভাপতি ৰাজীৱ শইকীয়াৰ গুৱাহাটীঃ যোৱা ২ জুলাইত তেজপুৰত অনুষ্ঠিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া ১৬ জনীয়া লোকসভা ব্যৱস্থাপনা গোটৰ এখন সভা আজি কাজিৰঙাৰ

আশা কৰ্মীক দহ হাজাৰ টকাৰ মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী আম আদমি পাৰ্টীৰ

আশা কৰ্মীসকলৰ সৈতে হোৱা অন্যায়ৰ তথ্য ৰাজহুৱা কৰিলে আম আদমি পাৰ্টীয়ে গুৱাহাটীঃ চৰকাৰে আশা কৰ্মী সকলৰ সৈতে অমানৱীয় ব্যৱহাৰ কৰিছে৷ পাৰিতোষিকৰ নামত চৰকাৰে আশা কৰ্মী সকলক দিয়া পুতৌলগা মাননিৰ তথ্য আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তি দৰ্শাই দিল্লীত স্মাৰক-পত্ৰ প্ৰদান আম আদমি পাৰ্টীৰ

গুৱাহাটীঃ আম আদমি পাৰ্টীৰ এটা সজাতি দলে দিল্লীস্থিত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। আপক প্ৰতিনিধিত্ব কৰে ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয়

‘গগৈ-মগৈ’ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত…

ৰিপুণ বৰাকো তৃণমূল কংগ্ৰেছৰ নেতৃত্বই সভাপতি পদৰ পৰা অপসাৰণৰ দাবী আপৰঃ ৰূপজ্যোতি কুৰ্মীয়ে পৱিত্ৰ হেংদাঙক কৰা অপমানক সংস্কৃতিৱান কোনেও সহজভাৱে মানি নলয় গুৱাহাটীঃ আম আদমি পাৰ্টীয়ে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি সহ্য নকৰে। কংগ্ৰেছৰ দিনৰে পৰা

বড়োলেণ্ড বিশ্ববিদ্যালয়ক মাতৃভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আহ্বান আম আদমি পাৰ্টীৰ

গুৱাহাটীঃ ৰাজ্যৰ কোকোৰাঝাৰ জিলাত স্হাপিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে শেহতীয়াকৈ স্নাতক পাঠ্যক্ৰমৰ গুৰু বিষয়ৰ পৰীক্ষাৰ উত্তৰ পূৰ্বৰ মাতৃভাষা আৰু ইংৰাজীৰ সলনি অকল ইংৰাজীতে দিয়াৰ নতুন নিয়মক আম আদমি পাৰ্টীয়ে বিৰোধিতা কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি ডাঃ

আম আদমি পাৰ্টীৰ প্ৰশ্নঃ স্কুল বন্ধ কৰি, সুৰাৰ দোকান খুলি হিমন্ত বিশ্ব শৰ্মাই অসমক কোনখন উন্নত…

গুৱাহাটীঃ যিজন ড° হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে বহুত নিৰীহ যুৱকক এতিয়ালৈকে এনকাউন্টাৰ কৰা হৈছে, সেইখন অসমত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰি অভাৱনীয় গতিত সুৰাৰ প্ৰচলন কৰা নীতিয়ে আগন্তুক সময়ত অসমৰ সমাজ জীৱন

প্ৰবাসী ভাৰতীয় সংৰক্ষণ ব্যৱস্থাৰে এম বি বি এছ পাঠ্যক্ৰমত ছিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব…

অসংৰক্ষিত আসন হ্ৰাস কৰি ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ কৌশল বিজেপি চৰকাৰৰঃ আম আদমি পাৰ্টী গুৱাহাটীঃ শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক তীব্ৰ বিৰোধিতা কৰিছে আম

গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰক চৰকাৰেঃ ডাঃ ভবেন চৌধুৰী

সময়ৰ লগে লগে অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী ফলিয়াই আছেঃ আম আদমি পাৰ্টী গুৱাহাটীঃ অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত হৈ থকা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা সোঁতে গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ডাইভাৰ্ছন টানেলৰ

চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত ১০% প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণক লৈ প্ৰশ্ন আম আদমি পাৰ্টীৰ

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দুৰ্নীতিৰ বাট মুকলি কৰিবলৈ এন আৰ আইৰ আৰক্ষণৰ ব্যৱস্থা কৰিছে গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় শিক্ষাৰ্থীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্ত্তিত ১০ শতাংশ সংৰক্ষণৰ