Browsing Category
ৰাজ্য
আমিনগাঁৱত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন
গুৱাহাটীঃ কামৰূপ জিলাৰ আমিনগাওঁৰ চিলাৰায় উদ্যান আৰু লোক নিৰ্মাণ ভৱনত আজি সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ৩৪ তম প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাৱে পালন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কামৰূপ জিলা কোচ ৰাজবংশী…
দ্বিতীয় বাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত অখিল চন্দ্ৰ নাথ, পঞ্চম বাৰৰ বাবে বিনা…
হাইলাকান্দিঃ হাইলাকান্দি চহৰৰ বক্ষত অৱস্থিত ৰবীন্দ্ৰ ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ অন্তিম দিনত পুৱা নবজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয় নিৰ্বাচনী সভাৰ শেষ বৈঠক…
অৱনী বৰঠাকুৰৰ মৃত্যুত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোক প্রকাশ
গুৱাহাটীঃ বিশিষ্ট সমাজকৰ্মী, বাওঁপন্থী নেতা তথা গণতান্ত্ৰিক অধিকাৰৰ হকে আজীৱন সংগ্ৰাম অব্যাহত ৰখা শ্ৰদ্ধাৰ অৱনী বৰঠাকুৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এক শোকবাৰ্তাত কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, সাধাৰণ…
হাইলাকান্দিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪সংখ্যক অধিৱেশন আৰম্ভ
বৰাক -ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাৰ্তা বিলাই ৫২ মহকুমাৰ সহস্ৰাধিক শিক্ষক প্ৰতিনিধিৰ উপস্থিতিত উছৱমুখৰ পৰিৱেশ
গুৱাহাটীঃ কালিৰে পৰা বৰাক উপত্যকাৰ হাইলাকান্দি চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয়…
চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বৰগম সংগীত একাডেমীৰ সহযোগত দহ দিনীয়া কার্যসূচীৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কর্মশালাৰ সফল সামৰণি পৰে। ৮ জুলাইৰ পৰা ১৮ জুলাইলৈ গ্রীষ্মকালীন বন্ধৰ সৈতে…
কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰীলৈ ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াৰ পত্ৰ
ডিব্ৰুগড়ৰ টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচনক লৈ অচলাবস্থা
গুৱাহাটীঃ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচন প্ৰদানক কেন্দ্ৰ কৰি দীর্ঘ দিন ধৰি চাহ শ্রমিক, কৰ্মচাৰী আৰু মালিক…
২৫জুলাইৰ পৰা দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ হীৰক জয়ন্ত সমাৰোহৰ…
গৌৰীসাগৰঃ ১৯৬৪ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা কৰা জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়খনে সগৌৰৱে ৬০টা বৰ্ষত ভৰি দিলে। বিশিষ্ট শিক্ষাবিদ, বৰেণ্য ব্যক্তি হেমনাথ শর্মাৰ নামত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ একমাত্ৰ উচচ শিক্ষানুষ্ঠানখনে এই…
শিমলুগুৰিত শিশু সমাৰোহ সম্পন্ন
গৌৰীসাগৰঃ যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ভগামুখ অংকুৰ মইনা পাৰিজাতৰ এদিনীয়া কায্যসূচীৰে শিশু সমাৰোহ সম্পন্ন হৈ যায়। ভগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু সমাৰোহত পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়।…
কামৰূপৰ ৯৪ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু নবীন চন্দ্ৰ দাসলৈ ‘শিক্ষকশ্ৰী’ বঁটাঃ শোণিতপুৰৰ…
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ 'মেধি ধৰণীধৰ -গুণলতা ন্যাস'ৰ বঁটা ঘোষণা
গুৱাহাটীঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২০২৪ বৰ্ষৰ 'দ্ৰোণাচাৰ্য' বঁটা আৰু 'শিক্ষকশ্ৰী' বঁটাপ্ৰাপকৰ নাম আজি ঘোষণা কৰিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক…
ভাৰত চৰকৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ শিৱসাগৰ ভ্ৰমণ
গৌৰীসাগৰঃ আজি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। তেখেতে পুৱা শিৱদৌল দৰ্শন কৰি পোনপ্ৰথমে জনজাতীয় গাঁও বাৰেকুৰি চাপৰি, লাচন গাঁও, কাটিয়াৰি আৰু বাম ৰজাবাৰী পৰিভ্ৰমণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ…