Browsing Category
গুৱাহাটী
স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ
মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গুৱাহাটীত চলিছে অবৈধ গৃহ নিৰ্মাণৰ বেহা
গুৱাহাটীঃ গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত…
মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ পদত্যাগ দাবী
মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিৰ বহুসংখ্যক নেতা, কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ নেতা ৰমেন…
শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ জাননী
গুৱাহাটীঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বানৰ বাবে কাইলৈ অৰ্থাৎ অহা ৬ আগষ্ট ২০২৪ (মংগলবাৰ)ত গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান- মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ…
বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা
গুৱাহাটীঃ বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ সম্পাদক দীপজ্যোতি গোস্বামীযে এই কথা ঘোষণা…
৯৪ৰ ডাঙৰি ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিলে কেন্দ্ৰই
অৱশেষত ৩০ বছৰ জোৰা ন্যায়িক যুঁজৰ সামৰণিঃ অপৰাধী সেনা বিষয়াই শাস্তি নোপোৱাৰ দুখ থাকি গ'ল- জগদীশ ভূঞাঃ এইয়া 'আংশিক ন্যায় প্ৰাপ্তি'
গুৱাহাটীঃ ১৯৯৪ চনৰ হৃদয় কঁপোৱা ডাঙৰি ভুৱা এনকাউন্টাৰ ঘটনাৰ আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ…
বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছ – জাতীয় পৰিষদৰ শোক প্ৰকাশ
গুৱাহাটীঃ কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে 'বেলতলাৰ ৰাণী' নামেৰে…
পশুধন উৎপাদনত গুৰুত্ব বৃদ্ধি মন্ত্ৰী অতুল বৰাৰ
পশুধন নিগমৰ গাহৰি মাংস সংশাধন প্ৰকল্প উদ্বোধনঃ গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণত পশুপালন শ্ৰেষ্ঠ বৃত্তি
গুৱাহাটীঃ আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংশাধন প্ৰকল্পটো আনুষ্ঠানিক…
মুখ্যমন্ত্ৰী কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবী গুৱাহাটীত আপৰ বিক্ষোভ
কংগ্ৰেছ, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক, এনচিপি, আৰ জে ডিৰ অংশগ্ৰহণ
গুৱাহাটীঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত…
কেলেংকাৰীৰ বিৰুদ্ধে ২০১৫চনৰ পৰা চলাই অহা সংগ্ৰামে পালে ন্যাৰ্য্যতা
এপিএছচি কেলেংকাৰিঃ আদালতৰ ৰায়ক আদৰণি অখিল গগৈৰ
গুৱাহাটীঃ এপিএছচিত কৃষি¸ বিষয়া নিযুক্তিক লৈ হোৱা কেলেংকাৰিৰ বিৰুদ্ধে দিয়া বিশেষ আদালতৰ ৰায়ক আদৰণি জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ এই ৰায়ে ৰাকেশ কুমাৰ পালৰ দিনত এপিএছচিৰ নিযুক্তিত যে…
১ আগষ্টৰ পৰা বাহনৰ পঞ্জীয়ন নম্বৰত থাকিব এএছ ০১ জিএ
৭৮সংখ্যক স্বাধীনতা বৰ্ষত স্বদেশ-স্বজাতিৰ দেশপ্ৰেম উদ্বুদ্ধ কৰাৰ বাবে পৰিবহণ বিভাগৰ আদৰণীয় পদক্ষেপ
গুৱাহাটীঃ ৭৮সংখ্যক স্বাধীনতা বৰ্ষত ‘মেৰা ভাৰত মহান’ শীৰ্ষক শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে কামৰূপ…