Browsing Category
ৰাজ্য
ভাৰতীয় বিজ্ঞানীৰ দলত অসম সন্তান পিংগল প্ৰত্যুষ
কোৱান্টাম এনক্ৰিপছন ব্যৱহাৰেৰে ৰেণ্ডম সংখ্যাৰ সৃষ্টি কৰি তথ্য সুৰক্ষাৰ এক নতুন পদ্ধতি উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ
গৌৰীসাগৰঃ আজিৰ ডিজিটেল পৃথিৱীত তথ্য সুৰক্ষা সকলোৰে বাবে এক প্ৰধান সমস্যা ৷ তেনে এক সন্ধিক্ষণত তথ্য সুৰক্ষাৰ গৱেষণাত ভাৰতীয়…
ভৱ গোঁসাই’ৰ মৃত্যু জাতীয় জীৱন, সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতিঃ কুসুম কুমাৰ মহন্ত
সত্ৰীয়া সংস্কৃতিৰ সাধক , সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়ানত অসম সত্ৰ মহাসভাৰ শোক
গুৱাহাটীঃ মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত…
প্ৰথম মৃত্যু বাৰ্ষিকীত মনজিৎ মহন্তক স্মৰণ, স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি
গুৱাহাটীঃ বিশিষ্ট সাংবাদিক, ৰাজনৈতিক নেতা প্ৰয়াত মনজিৎ মহন্তক প্ৰথম মৃত্যুবাৰ্ষিকীত আজি তেখেতৰ সতীৰ্থসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত সাংবাদিকগৰাকীৰ গুৱাহাটীৰ বাসগৃহত দিনৰ ১১ বজাত সাংসদ অজিত কুমাৰ ভূঞাই বন্তি প্ৰজ্বলনৰে তেখেতৰ…
বকোত নিলীমা ৰাভাৰ বস্ত্ৰশিল্পই আকৰ্ষণ কৰিছে গ্ৰাহককঃ পাট-মূগাৰ ভিন্ন প্ৰকাৰৰ কাপোৰ উভৈনদী বিপনীত
বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী সাধাৰণ মহিলাই দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে। ৰাজ্যৰ লগতে বহি: ৰাজ্যতো চৰ্চা মহিলা গৰাকীৰ শিল্পকৰ্মৰ। উল্লেখ্য যে হস্ততাঁত বস্ত্ৰশিল্পত চহকী মহিলা গৰাকীৰ নাম নীলিমা ৰাভা। জিলা খনৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত পয়ৰাঙ্গা…
বকোৰ কালিয়াবড়ীত পিতৃ সম্পত্তিৰ পৰা বঞ্চিত কৰা অভিযোগ কণিষ্ঠ ভাতৃৰঃ গোপনে জমি বন্ধকত থৈ জ্যেষ্ঠ্য…
বকোঃ কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীত এক দুখজনক ঘটনা সংঘটিত কৰা খৱৰ পোহৰ হৈছে। পৰিয়ালৰ ভাই ভনীক বঞ্চিত কৰি জ্যেষ্ঠ্য ভাতৃয়ে পিতৃ সম্পত্তিৰ উত্তৰাধিকাৰী হৈছে। আজি কণিষ্ঠ ভাতৃ চফিউল হুছেইনে সাংবাদিকক অৱগত কৰে যে প্ৰয়াত পিতৃ ইব্ৰাহিম আলীৰ…
ৰবৰ খেতি সন্দৰ্ভত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পিযুষ গোৱলৰে অসমৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ পৰ্যালোচনা…
গুৱাহাটীঃ অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ৰবৰ খেতি সন্দৰ্ভত ইটানগৰত আজি অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত সভা খনত মন্তব্য…
বকো প্ৰেছ ক্লাৱৰ বিশেষ কাৰ্য্যনিৰ্বাহক সভা সম্পন্নঃ ২১ জুলাইত ৩২ সংখ্যক বাৰ্ষিক অধিবেশন আয়োজন
বকোঃ গণতন্ত্ৰৰ ধ্বজাবাহক সাংবাদিক সকলোৰ সমুহীয়া মঞ্চ, কামৰূপ জিলাৰ বকো প্ৰেছ ক্লাৱৰ আজি বিশেষ কাৰ্য্যনিৰ্বাহক সভা এখন জৰুৰী ভাৱে অনুষ্ঠিত হয়। বকো প্ৰেছ ক্লাৱৰ কাৰ্য্যকৰী সভাপতি তথা জ্যেষ্ঠ্য সাংবাদিক গোবিন্দ দলৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা…
বানমুক্ত অসম বিজেপিৰ ৰাজনৈতিক শ্লোগান – ৰিপুণ বৰা
অসমৰ বান সমস্যা আৰু কেন্দ্ৰৰ বঞ্চনা
গুৱাহাটীঃ বানপানীত আজি বিধস্ত অসমৰ জনজীৱন। চৌদিশে বন্যাৰ্তৰ ক্ৰন্দন। হাজাৰ হাজাৰ গাওঁ আজি বানৰ কৱলত। বানপানী যেন অসমৰ মানুহৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে। বিজেপি চৰকাৰৰ বানমুক্ত অসম কেৱল নিৰ্বাচনী…
ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতিঃ দেশৰ অষ্টলক্ষ্মী বানত বিধস্ত, খবৰ ল’বলৈ সময় নাই দেশৰ…
অন্য ৰাজ্যই যদি বৃহৎ পেকেজ পাই তেন্ত অসমে কিয় নাপাব?
গুৱাহাটীঃ ৰাজ্যত প্ৰতিবছৰে ৫০ লক্ষাধিক জনসাধাৰণ বান-খহনীয়াত ক্ষতিগ্রস্ত হৈ আহিছে। প্রায় সকলো জিলাই এই বানৰ কবলত পৰে। বানৰ কবলত প্ৰতিবছৰে বহু লোক মৃত্যুমুখতো পৰিছে। লগতে হাজাৰ হাজাৰ…
ডিব্ৰুগড়ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ
জিলা প্ৰশাসনক বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী শীঘ্ৰে বিতৰণ নিৰ্দেশ
গুৱাহাটীঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহত্তৰ ডিব্ৰুগড় অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় আৰু বানপীড়িত লোকসকলৰ সুবিধাৰ বাবে…