ashomiyapatrika.com
Browsing Category

গুৱাহাটী

অসমত ভয়ঙ্কৰ সংস্থাপনহীনতা, বহিঃৰাজ্যত প্ৰতিনিয়ত প্ৰাণ গৈছে অসমীয়া যুৱকৰ

কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদঃ ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক গুৱাহাটীঃ অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ

কামৰূপত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ…

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ বাবে গঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন সভাত অংশগ্ৰহণ

চাৰিটা বাওঁপন্থী দলৰ অভিমতঃ কংগ্ৰেছৰ অকলে আগবঢ়াৰ নীতিয়ে বিজেপিক লাভান্বিত কৰিব

গুৱাহাটীঃ অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ'ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ'ব।

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল’বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰেঃ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটীঃ নিজৰ দলীয় অন্ত:কন্দল আৰু চৰকাৰৰ বিফলতা সমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্রী সকলে হাস্যকৰভাৱে কংগ্রেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল উদ্দেশ্যই হ'ল অসমৰ জনগণক ৰাজ্যখনৰ মূল

ডেৰ সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনত’ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ এমএচি হেৰজিৎ

সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

গুৱাহাটীঃ ৰাজধানী দিছপুৰৰ অসম সচিবালয়স্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বৃহস্পতিবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক বৈঠক অনুস্থিত হয়। বৈঠকত সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত এক

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন

গুৱাহাটীঃ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ সৌজন্যত ৰামপুৰ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্য ‘নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল’ প্ৰাংগণত এখনি সভা জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাসৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ

পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত…

চলিত বছৰৰ ভিতৰতে হেঙেৰাবাৰী, গণেশগুৰি, উলুবাৰী আৰু বেলতলাৰ বহুমহলীয়া বজাৰগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ

নতুন ৰূপত নিৰ্মিত পল্টন বজাৰৰ জনজাতি বিশ্ৰাম গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

জনজাতি শিক্ষাৰ্থী, ৰোগীয়ে কম খৰচত পাব থকা- খোৱাৰ সুবিধা গুৱাহাটীঃ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পল্টন বজাৰৰ ছ'লাপাৰাত নতুন ৰূপত নিৰ্মিত জনজাতি বিশ্ৰাম গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া প্ৰায় ১৮০…

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলে চাউল বিতৰণৰ বাবদ পাবলৈ থকা কমিছনৰ প্ৰায় ১৮০ কোটিৰ অধিক টকা ইতিমধ্যে মুকলি কৰি দিছে ৷ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি