ashomiyapatrika.com
Browsing Category

গুৱাহাটী

অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা

গুৱাহাটীঃ যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাৎত কালত সাংসদ গৰাকীয়ে মন্ত্ৰী

ৰাজনৈতিক শক্তি বৃদ্ধিৰে অগ্ৰসৰ হৈছে অগপঃ অতুল বৰা

অগপত ব্যাপক যোগদান গুৱাহাটীঃ আজি আমবাৰীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত পাচঁ শতাধিকৰো অখিক বিভিন্ন সংগঠনৰ যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ গুৱাহাটী মহানগৰ সমিতিখন সমুহীয়া ভাৱে

বিশিষ্ট পদাৰ্থ বিজ্ঞানী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ মৃত্যুঃ শোকৰ ছাঁ

গুৱাহাটীঃ অসমৰ এগৰাকী বিশিষ্ট পদাৰ্থ বিজ্ঞানী, কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দিলীপ শৰ্মাৰ আজি দিনৰ ১১-১০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হস্পিটালত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। শৰ্মাৰ মৃত্যুৰ

চন্দ্ৰপুৰ আছুৰ অন্তৰংগ আলাপত ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক অৰূপ জ্যোতি টেৰণ

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি আজি চন্দ্ৰপুৰ হাইস্কুলত এক অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ২০২২ বৰ্ষৰ অসম লোকসেৱা

আলাপ আলোচনাৰ মাজেৰে শিক্ষকৰ সকলো সমস্যা অনাগত দিনত সমাধান কৰা হ’বঃ শিক্ষামন্ত্ৰী

গুৱাহাটীঃ শৈক্ষিক সাংস্কৃতিক, সাংগঠনিক শোভাযাত্ৰাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী সমূহৰ শুভাৰম্ভ হয়। হাইলাকান্দি চহৰ মাজেৰে চলা বৰ্ণিল শোভাযাত্ৰাই সম্প্ৰীতিৰ বাৰ্তা বিয়পাই

বাজেটে উদঙালে বান প্রসংগত কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টি

ফেডাৰেল নহয় সহযোগী দলক উপঢৌকন দিয়া বাজেট- ৰাইজৰ দল গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ‘এক গাদী ৰক্ষাৰ বাজেট’৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেবল আশ্বাস দি বিহাৰক ১১,৫০০

কেন্দ্রীয় বাজেট ২০২৪-২৫ ক বিকাশমুখী আৰু জনহিতৈষী বাজেট আখ্যা ৰাজ্যিক বিজেপিৰ

গুৱাহাটীঃ এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে বিকাশমুখী আৰু জনহিতৈষী বাজেট হিচাপে অভিহিত কৰিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ

বোলবোমঃ গুৱাহাটীৰ ভীমাশংকৰ জ্যোতিৰ্লিংগত সহস্ৰাধিক ভক্তৰ ভিৰ

গুৱাহাটীঃ ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে৷ লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত

মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ চেষ্টাৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয়…

গুৱাহাটীঃ আজি কিছুদিনৰ পৰা অসত্য আৰু মনে সজা কিছুমান ভুৱা তথ্যৰে সংবাদ মাধ্যমযোগে বিজেপি দলৰ নেতা তথা কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাই কংগ্রেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে। মন্ত্রী গৰাকীৰ এনেধৰণৰ কাৰ্য্য দেখি তেওঁলৈ

ডিমৰীয়াত আপৰ বান সাহায্য বিতৰণ

গুৱাহাটীঃ কামৰূপ জিলাৰ ডিমৰীয়া বিধান সভা সমষ্টিত আজি আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা - কৰ্মী