ashomiyapatrika.com
Browsing Category

ক্ৰিড়া

গোৱা ৰাষ্ট্ৰীয় ক্রীড়ালৈ অসম টাইকোৱাণ্ডো দল যাব আজি

গুৱাহাটীঃ গোৱাত অনুষ্ঠিত ৩৭তম ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত অসম টাইকোৱাণ্ডো দলে কমেও পাঁচটা পদক জয় কৰিব। আজি এক সংবাদমেল যোগে গোৱা অভিমুখী অসম টাইকোৱাণ্ডো দলটোক শুভেচ্ছা জ্ঞাপন কৰি এই কথা প্ৰকাশ কৰিছে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ

কলকাতাত পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতাঃ প্ৰথম দিনা অসমৰ ১০টা পদক অৰ্জন

নিউজ ডেক্সঃ কলকাতাৰ চল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসম দলে প্ৰতিযোগিতাৰ প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে ১০টা পদক অৰ্জন কৰে। অসমে লাভ কৰিছে ২টা সোণ, ৩টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ১০টা পদক

বালিকুছি ফুটবলত শিমলুবাৰী এফ চি চেম্পিয়ন

ৰঙিয়াঃ সোনাৰীশাঁল বালিকুছি আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট কমিটিৰ উদ্যোগত অৰ্জুনদেৱ সত্ৰ সংঘ খেলপথাৰত চলি থকা ফুটবল প্ৰতিযোগিতাৰ আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত টাইব্ৰেকাৰ পদ্ধতিত শিমলুবাৰী এফ চিয়ে ৭ - ৬ গ'লত উত্তৰ গুৱাহাটী বাকা দলটিক

বালিকুছি ফুটবলত উত্তৰ গুৱাহাটী ফাইনেলত

ৰঙিয়াঃ সোনাৰীশাঁল বালিকুছি আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট কমিটিৰ উদ্যোগত অৰ্জুনদেৱ সত্ৰ সংঘ খেলপথাৰত চলি থকা ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন ছেমিফাইনেলত উত্তৰ গুৱাহাটীৰ বাকা এফ চিয়ে শালিকাঋাৰ ৰাজা এলেভেন ক্লাৱক ৩—০ গ'লত পৰাজিত কৰি ফাইনেলত

নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবলৰ কোৱাটাৰত গুৱাহাটী জয়ী

বকোঃ বড়ো জাতীয় নেতা ইউ এন ব্ৰহ্মৰ সমাজ সংস্কাৰধৰ্মী মনোভাৱক শ্ৰদ্ধা জনায় এবছুৰ উদ্যোগত আয়োজন কৰা হৈছে ক্ৰীড়া মহাৰণ। এই ক্ৰীড়া মহাৰণৰ অংশ হিচাপে শিশু তথা নতুন প্ৰজন্মক সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰিছে ১৩ বছৰ অনুৰ্ধ্বৰ

নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবলত গুৱাহাটী জয়ী

বকোঃ বড়ো জাতীয় নেতা ইউ এন ব্ৰহ্মৰ সমাজ সংস্কাৰধৰ্মী মনোভাৱক শ্ৰদ্ধা জনায় এবছুৰ উদ্যোগত আয়োজন কৰা হৈছে ক্ৰীড়া মহাৰণ। এই ক্ৰীড়া মহাৰণৰ অংশ হিচাপে শিশু তথা নতুন প্ৰজন্মক সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰিছে ১৩ বছৰ অনুৰ্ধ্বৰ

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সহযোগত ১৩ বছৰ অনুৰ্ধ্বৰ…

বকোঃ ‘এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন’ -শীৰ্ষক শ্ল’গান গাই আজি কামৰূপ জিলাৰ হলংজুলীত আনুস্থানিক ভাৱে শুভাৰম্ভ হ'ল ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল খেল। শিশু তথা নতুন প্ৰজন্মক খেলৰ জৰিয়তে সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ফুটবলত চানৰাইজ ডিমাকুছি চেম্পিয়ন

ৰঙিয়াঃ ৰঙিয়া হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক দিবা-নৈশ চি এম চেম্পিয়নশ্বিপ ট্ৰফী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত চূড়ান্ত খেলত ডিমাকুছিৰ

ৰঙিয়া হৰদত্ত-বীৰদত্ত ফুটবলত সোনাপুৰ কে এম চি ছেমিফাইনেলত

ৰঙিয়াঃ ৰঙিয়া হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্ৰফী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত সোনাপুৰ কেএমচিয়ে

ৰঙিয়াত হৰদত্ত-বীৰদত্ত ফুটবলত গাটচা ছেমিফাইনেলত প্ৰৱেশ

ৰঙিয়াঃ হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্ৰফী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা গোৰেশ্বৰ আঞ্চলিক ট্ৰাইবেল ক্ৰীড়া সংঘ,গাটচা