অনুভা একাডেমীত বেংকৰ বাচনী পৰীক্ষাৰ প্ৰশিক্ষন
গুৱাহাটীঃ বেংকৰ বাচনী পৰীক্ষাৰ প্ৰশিক্ষনৰ বাবে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই ৷ সৰ্ব ভাৰতীয় পয্যায়ৰ বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংকত প্ৰফেচনেৰী অফিচাৰ আৰু ক্লাৰিকেল পদৰ বাবে যোগ্য প্ৰাথী বাচনী কৰিবলৈ ইনষ্টিটিউ অৱ পাৰচনেল চিলেকচন চমুকৈ আইবিপিএছে অনুষ্ঠিত কৰা বাচনী পৰীক্ষাৰ লগতে ষ্টাফ চিলেকচন কমিচনে সময়ে সময়ে অনুষ্ঠিত কৰা বিভিন্ন বাচনী পৰীক্ষাত অৱতীৰ্ণ হৱ খোজা ছাত্ৰ- ছাত্ৰী সকলৰ বাৱে এলানী বিশেষ প্ৰশিক্ষনৰ ব্যৱস্থা কৰিছে মহানগৰীৰ জুৰোডস্হিত আগশাৰীৰ শিক্ষানুষ্ঠান অনুভা একাডেমী‘য়ে ৷
এই প্ৰশিক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ- ছাত্ৰী সকলে ৯৮৬৪০-৫৯১৮৫ নম্বৰ যোগে যোগাযোগ কৰিব পাৰিব বুলি শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষই জানিবলৈ দিছে৷ উল্লেখযোগ্য যে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা উৎকৃষ্ট মানৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰা এই প্ৰতিষ্ঠানত প্ৰশিক্ষন লবলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ একাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷