ashomiyapatrika.com

শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ জাননী

0 150

গুৱাহাটীঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা  বানৰ বাবে কাইলৈ অৰ্থাৎ অহা ৬ আগষ্ট ২০২৪ (মংগলবাৰ)ত গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ  সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান- মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.