ডেৰ সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান
গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনত’ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ এমএচি হেৰজিৎ…
সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক
গুৱাহাটীঃ ৰাজধানী দিছপুৰৰ অসম সচিবালয়স্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বৃহস্পতিবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক বৈঠক অনুস্থিত হয়। বৈঠকত সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত এক…
কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰীলৈ ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াৰ পত্ৰ
ডিব্ৰুগড়ৰ টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচনক লৈ অচলাবস্থা
গুৱাহাটীঃ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচন প্ৰদানক কেন্দ্ৰ কৰি দীর্ঘ দিন ধৰি চাহ শ্রমিক, কৰ্মচাৰী আৰু মালিক…
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন
গুৱাহাটীঃ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ সৌজন্যত ৰামপুৰ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্য ‘নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল’ প্ৰাংগণত এখনি সভা জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাসৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ…
২৫জুলাইৰ পৰা দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ হীৰক জয়ন্ত সমাৰোহৰ…
গৌৰীসাগৰঃ ১৯৬৪ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা কৰা জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়খনে সগৌৰৱে ৬০টা বৰ্ষত ভৰি দিলে। বিশিষ্ট শিক্ষাবিদ, বৰেণ্য ব্যক্তি হেমনাথ শর্মাৰ নামত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ একমাত্ৰ উচচ শিক্ষানুষ্ঠানখনে এই…
শিমলুগুৰিত শিশু সমাৰোহ সম্পন্ন
গৌৰীসাগৰঃ যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ভগামুখ অংকুৰ মইনা পাৰিজাতৰ এদিনীয়া কায্যসূচীৰে শিশু সমাৰোহ সম্পন্ন হৈ যায়। ভগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু সমাৰোহত পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়।…
পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত…
চলিত বছৰৰ ভিতৰতে হেঙেৰাবাৰী, গণেশগুৰি, উলুবাৰী আৰু বেলতলাৰ বহুমহলীয়া বজাৰগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ…
নতুন ৰূপত নিৰ্মিত পল্টন বজাৰৰ জনজাতি বিশ্ৰাম গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
জনজাতি শিক্ষাৰ্থী, ৰোগীয়ে কম খৰচত পাব থকা- খোৱাৰ সুবিধা
গুৱাহাটীঃ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পল্টন বজাৰৰ ছ'লাপাৰাত নতুন ৰূপত নিৰ্মিত জনজাতি বিশ্ৰাম গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷…
কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া প্ৰায় ১৮০…
গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলে চাউল বিতৰণৰ বাবদ পাবলৈ থকা কমিছনৰ প্ৰায় ১৮০ কোটিৰ অধিক টকা ইতিমধ্যে মুকলি কৰি দিছে ৷ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি…
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা নলবলৈ আৰক্ষীক দিয়া চৰকাৰী নিৰ্দেশনাত জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে সোণোৱাল আৰু শৰ্মাই
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা'ৰ ভিত্তিত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নলবলৈ ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক নিৰ্দেশনা প্ৰদানৰ তথ্য ৰাজহুৱা হোৱাৰ…