ashomiyapatrika.com

কেন্দ্রীয় বাজেট ২০২৪-২৫ ক বিকাশমুখী আৰু জনহিতৈষী বাজেট আখ্যা ৰাজ্যিক বিজেপিৰ

গুৱাহাটীঃ এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে বিকাশমুখী আৰু জনহিতৈষী বাজেট হিচাপে অভিহিত কৰিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ

কি আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কেন্দ্ৰীয় বাজেট, ২০২৪-২০২৫

নতুন দিল্লীঃপ্ৰথম খণ্ডঃ বিশ্ব অৰ্থনীতি নীতিগত অনিশ্চয়তাৰ মাজত থকাৰ পিছতো ভাৰতৰ অৰ্থনৈতিক বিকাশৰধাৰা অব্যাহত আছে আৰু আগন্তুক বছৰসমূহতো এই ধাৰা অব্যাহত থাকিব। বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২৪-২৫ৰ

বোলবোমঃ গুৱাহাটীৰ ভীমাশংকৰ জ্যোতিৰ্লিংগত সহস্ৰাধিক ভক্তৰ ভিৰ

গুৱাহাটীঃ ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে৷ লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত

মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ চেষ্টাৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয়…

গুৱাহাটীঃ আজি কিছুদিনৰ পৰা অসত্য আৰু মনে সজা কিছুমান ভুৱা তথ্যৰে সংবাদ মাধ্যমযোগে বিজেপি দলৰ নেতা তথা কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাই কংগ্রেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে। মন্ত্রী গৰাকীৰ এনেধৰণৰ কাৰ্য্য দেখি তেওঁলৈ

ডিমৰীয়াত আপৰ বান সাহায্য বিতৰণ

গুৱাহাটীঃ কামৰূপ জিলাৰ ডিমৰীয়া বিধান সভা সমষ্টিত আজি আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা - কৰ্মী

অসমত ভয়ঙ্কৰ সংস্থাপনহীনতা, বহিঃৰাজ্যত প্ৰতিনিয়ত প্ৰাণ গৈছে অসমীয়া যুৱকৰ

কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদঃ ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক গুৱাহাটীঃ অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ

কামৰূপত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ…

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ বাবে গঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন সভাত অংশগ্ৰহণ

চাৰিটা বাওঁপন্থী দলৰ অভিমতঃ কংগ্ৰেছৰ অকলে আগবঢ়াৰ নীতিয়ে বিজেপিক লাভান্বিত কৰিব

গুৱাহাটীঃ অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ'ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ'ব।

চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বৰগম সংগীত একাডেমীৰ সহযোগত দহ দিনীয়া কার্যসূচীৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কর্মশালাৰ সফল সামৰণি পৰে। ৮ জুলাইৰ পৰা ১৮ জুলাইলৈ গ্রীষ্মকালীন বন্ধৰ সৈতে

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল’বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰেঃ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটীঃ নিজৰ দলীয় অন্ত:কন্দল আৰু চৰকাৰৰ বিফলতা সমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্রী সকলে হাস্যকৰভাৱে কংগ্রেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল উদ্দেশ্যই হ'ল অসমৰ জনগণক ৰাজ্যখনৰ মূল