ashomiyapatrika.com

আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

কলকাতাৰ উদ্বোধনী মেচত মোহন বাগান-ডাউন টাউন হিৰোজ কলকাতাঃ ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কাইলৈ পৰা আৰম্ভ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত

দ্বিতীয় বাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত অখিল চন্দ্ৰ নাথ, পঞ্চম বাৰৰ বাবে বিনা…

হাইলাকান্দিঃ হাইলাকান্দি চহৰৰ বক্ষত অৱস্থিত ৰবীন্দ্ৰ ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ অন্তিম দিনত পুৱা নবজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয় নিৰ্বাচনী সভাৰ শেষ বৈঠক

ৰাজনৈতিক শক্তি বৃদ্ধিৰে অগ্ৰসৰ হৈছে অগপঃ অতুল বৰা

অগপত ব্যাপক যোগদান গুৱাহাটীঃ আজি আমবাৰীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত পাচঁ শতাধিকৰো অখিক বিভিন্ন সংগঠনৰ যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ গুৱাহাটী মহানগৰ সমিতিখন সমুহীয়া ভাৱে

বিশিষ্ট পদাৰ্থ বিজ্ঞানী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ মৃত্যুঃ শোকৰ ছাঁ

গুৱাহাটীঃ অসমৰ এগৰাকী বিশিষ্ট পদাৰ্থ বিজ্ঞানী, কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দিলীপ শৰ্মাৰ আজি দিনৰ ১১-১০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হস্পিটালত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। শৰ্মাৰ মৃত্যুৰ

চন্দ্ৰপুৰ আছুৰ অন্তৰংগ আলাপত ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক অৰূপ জ্যোতি টেৰণ

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি আজি চন্দ্ৰপুৰ হাইস্কুলত এক অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ২০২২ বৰ্ষৰ অসম লোকসেৱা

আলাপ আলোচনাৰ মাজেৰে শিক্ষকৰ সকলো সমস্যা অনাগত দিনত সমাধান কৰা হ’বঃ শিক্ষামন্ত্ৰী

গুৱাহাটীঃ শৈক্ষিক সাংস্কৃতিক, সাংগঠনিক শোভাযাত্ৰাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী সমূহৰ শুভাৰম্ভ হয়। হাইলাকান্দি চহৰ মাজেৰে চলা বৰ্ণিল শোভাযাত্ৰাই সম্প্ৰীতিৰ বাৰ্তা বিয়পাই

অৱনী বৰঠাকুৰৰ মৃত্যুত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোক প্রকাশ

গুৱাহাটীঃ বিশিষ্ট সমাজকৰ্মী, বাওঁপন্থী নেতা তথা গণতান্ত্ৰিক অধিকাৰৰ হকে আজীৱন সংগ্ৰাম অব্যাহত ৰখা শ্ৰদ্ধাৰ অৱনী বৰঠাকুৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এক শোকবাৰ্তাত কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, সাধাৰণ

হাইলাকান্দিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪সংখ্যক অধিৱেশন আৰম্ভ

বৰাক -ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাৰ্তা বিলাই ৫২ মহকুমাৰ সহস্ৰাধিক শিক্ষক প্ৰতিনিধিৰ উপস্থিতিত উছৱমুখৰ পৰিৱেশ গুৱাহাটীঃ কালিৰে পৰা বৰাক উপত্যকাৰ হাইলাকান্দি চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয়

বাজেটে উদঙালে বান প্রসংগত কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টি

ফেডাৰেল নহয় সহযোগী দলক উপঢৌকন দিয়া বাজেট- ৰাইজৰ দল গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ‘এক গাদী ৰক্ষাৰ বাজেট’৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেবল আশ্বাস দি বিহাৰক ১১,৫০০

কেন্দ্রীয় বাজেট ২০২৪-২৫ ক বিকাশমুখী আৰু জনহিতৈষী বাজেট আখ্যা ৰাজ্যিক বিজেপিৰ

গুৱাহাটীঃ এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে বিকাশমুখী আৰু জনহিতৈষী বাজেট হিচাপে অভিহিত কৰিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ