বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা
গুৱাহাটীঃ বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ সম্পাদক দীপজ্যোতি গোস্বামীযে এই কথা ঘোষণা…
৯৪ৰ ডাঙৰি ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিলে কেন্দ্ৰই
অৱশেষত ৩০ বছৰ জোৰা ন্যায়িক যুঁজৰ সামৰণিঃ অপৰাধী সেনা বিষয়াই শাস্তি নোপোৱাৰ দুখ থাকি গ'ল- জগদীশ ভূঞাঃ এইয়া 'আংশিক ন্যায় প্ৰাপ্তি'
গুৱাহাটীঃ ১৯৯৪ চনৰ হৃদয় কঁপোৱা ডাঙৰি ভুৱা এনকাউন্টাৰ ঘটনাৰ আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ…
বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছ – জাতীয় পৰিষদৰ শোক প্ৰকাশ
গুৱাহাটীঃ কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে 'বেলতলাৰ ৰাণী' নামেৰে…
পশুধন উৎপাদনত গুৰুত্ব বৃদ্ধি মন্ত্ৰী অতুল বৰাৰ
পশুধন নিগমৰ গাহৰি মাংস সংশাধন প্ৰকল্প উদ্বোধনঃ গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণত পশুপালন শ্ৰেষ্ঠ বৃত্তি
গুৱাহাটীঃ আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংশাধন প্ৰকল্পটো আনুষ্ঠানিক…
চৰকাৰী স্বাস্থ্য পৰীক্ষাৰ প্ৰস্তাৱিত মূল্য বৃদ্ধি প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ
গুৱাহাটীঃ অসমৰ দৰিদ্ৰ জনসাধাৰণৰ মুৰত মাধমাৰ সোধাই ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ অধীনস্থ বিভিন্ন মেডিকেল পৰীক্ষা তথা অন্যান্য মাচুল ২০ শতাংশলৈকে বৃদ্ধি কৰিবলৈ লোৱা তৎপৰতাৰ অসম জাতীয় পৰীষদে তীব্ৰ বিৰোধ কৰিছে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু…
মুখ্যমন্ত্ৰী কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবী গুৱাহাটীত আপৰ বিক্ষোভ
কংগ্ৰেছ, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক, এনচিপি, আৰ জে ডিৰ অংশগ্ৰহণ
গুৱাহাটীঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত…
আমিনগাঁৱত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন
গুৱাহাটীঃ কামৰূপ জিলাৰ আমিনগাওঁৰ চিলাৰায় উদ্যান আৰু লোক নিৰ্মাণ ভৱনত আজি সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ৩৪ তম প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাৱে পালন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কামৰূপ জিলা কোচ ৰাজবংশী…
কেলেংকাৰীৰ বিৰুদ্ধে ২০১৫চনৰ পৰা চলাই অহা সংগ্ৰামে পালে ন্যাৰ্য্যতা
এপিএছচি কেলেংকাৰিঃ আদালতৰ ৰায়ক আদৰণি অখিল গগৈৰ
গুৱাহাটীঃ এপিএছচিত কৃষি¸ বিষয়া নিযুক্তিক লৈ হোৱা কেলেংকাৰিৰ বিৰুদ্ধে দিয়া বিশেষ আদালতৰ ৰায়ক আদৰণি জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ এই ৰায়ে ৰাকেশ কুমাৰ পালৰ দিনত এপিএছচিৰ নিযুক্তিত যে…
১ আগষ্টৰ পৰা বাহনৰ পঞ্জীয়ন নম্বৰত থাকিব এএছ ০১ জিএ
৭৮সংখ্যক স্বাধীনতা বৰ্ষত স্বদেশ-স্বজাতিৰ দেশপ্ৰেম উদ্বুদ্ধ কৰাৰ বাবে পৰিবহণ বিভাগৰ আদৰণীয় পদক্ষেপ
গুৱাহাটীঃ ৭৮সংখ্যক স্বাধীনতা বৰ্ষত ‘মেৰা ভাৰত মহান’ শীৰ্ষক শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে কামৰূপ…
অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা
গুৱাহাটীঃ যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাৎত কালত সাংসদ গৰাকীয়ে মন্ত্ৰী…