ashomiyapatrika.com

বকোত তিনি দিনীয়াকৈ বিশ্ব পৰিবেশ দিৱস উদযাপনৰ প্ৰস্তুতি

বকোঃ সমগ্ৰ বিশ্বতে অহা ৫ জুনত পালন কৰিব বিশ্ব পৰিবেশ দিৱস। সেয়ে অসম বিজ্ঞান সমিতিৰ বকো শাখাৰ উদ্যোগত এই বেলি অহা ৩ জুনৰ পৰা ৫ জুনলৈ তিনি দিনীয়াকৈ বিস্তৃত কাৰ্য্যসুচীৰে পালন কৰিবলৈ ঠিৰাং কৰিছে বিশ্ব পৰিবেশ দিৱস। উল্লেখ্য যে অসম বিজ্ঞান

অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰাত তীব্ৰ ক্ষোভ কোচ ৰাজবংশী যুৱ ছাত্ৰ…

দেশৰ গৃহমন্ত্ৰী আৰু সৰ্ব ভাৰতীয় বি জে পিৰ সভাপতি জে পি নাড্ডাই পাহৰিলে কোচ ৰাজবংশীক বকোঃ দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বি জে পি নেতৃত্বাধীন চৰকাৰৰ চৰম হেমাহি আৰু চূড়ান্ত প্ৰতাৰণাৰ বাবে আজিৰ তাৰিখটো কোচ ৰাজবংশী সকল বঞ্চিত আৰু লাঞ্চিত হৈ

বকোৰ শিংৰা হাইস্কুলত মহিলাৰ ঋতুস্ৰাৱ আৰু স্বচ্ছতা বিষয়ক কৰ্মশালা সম্পন্ন।

মহিলাৰ " ঋতুস্ৰাৱ আৰু স্বচ্ছতা " বিষয়ৰ ওপৰত এক বিশেষ কৰ্মশালা কামৰূপ জিলাৰ বকোৰ শিংৰা হাইস্কুলত অনুষ্ঠিত হয়। আজি বকো শিক্ষা খণ্ডৰ অন্তৰ্গত শিংৰা হাইস্কুলৰ " উদ্ভাৱনী আৰু সামুহিক শিক্ষণ কেন্দ্ৰত " আয়োজন কৰা হয় ঋতুস্ৰাৱ আৰু স্বচ্ছতাৰ