বিশ্ব পৰিবেশ দিৱসঃ দীঘলীপুখুৰীত ‘পৰিবেশ বচাওক, গুৱাহাটী বচাওক’ শীৰ্ষক মানৱ শৃংখল
গুৱাহাটীঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি চিটিজেন ফৰাম ফৰ গ্ৰীণ গুৱাহাটীৰ উদ্যোগত তথাকথিত উন্নয়নৰ পৰা গুৱাহাটীৰ গছ গছনি ৰক্ষা কৰাৰ আহ্বানেৰে দীঘলীপুখুৰী পাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ‘পৰিবেশ ৰক্ষা কৰক, ভৱিষ্যত প্ৰজন্মক জীয়াই…
পছিশ দিনে সন্ধানহীন বকোৰ হালধিপাৰাৰ বোৱাৰী ছমইনা ৰাভাঃ স্বামী দিগন্ত ৰাভাৰ গৃহত হাহাকাৰ
বকোঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত হালধিপাৰা গাওঁৰ এগৰাকী বোৱাৰী বিগত যোৱা ১০ মে'ৰ পৰা সন্ধানহীন হৈ আছে। এই ক্ষেত্ৰত সন্ধানহীন মহিলা গৰাকীৰ স্বামী দিগন্ত ৰাভাৰ গৃহত হাহাকাৰ সৃষ্টি হৈছে। ইফালে দিগন্ত ৰাভাৰ পত্নী ছমইনা ৰাভা সন্ধান…
নলবাৰী জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ কেইবাটাও গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ
নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ কাৰ্যকালৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৪ জুনত নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় শুভদ্ৰা চৌধুৰী ভৱনত সম্পন্ন হয়। আজিৰ কাৰ্য নিৰ্বাহক সভাখনত পৌৰোহিত্য কৰে জিলা সাহিত্য সভাৰ সভাপতি ড° লীনা…
বকোত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু বিশ্ব পৰিবেশ দিৱস উদযাপন
বকোঃ আজি বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত আজি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত…
গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাঃ সভাপতি পদত সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদকত…
গুৱাহাটীঃ দীৰ্ঘদিনৰ প্ৰস্তুতিৰ অন্তত ৩জুনত অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাৱৰ ২০২৩/২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়৷ ঘোষিত ফলাফল অনুসৰি১) সভাপতি পদত জয়ী হয় সুস্মিতা গোস্বামী২) উপ-সভাপতিত যতীন ভাগৱতী৩) উপ-সভাপতি (মহিলা…
সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ অধিবেশনৰ দিন ঠিৰাং
বকোঃ ‘ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী’ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ বাৰ্ষিক অধিবেশন খন বকোত আয়োজন কৰাৰ প্ৰস্তুতি চলিছে। গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ অধিবেশন আয়োজন কৰাৰ প্ৰস্তুতি চলাবলৈ আজি বকোস্থিত…
সমাগত দিনত অগপ হ’ব অপ্ৰতিৰোধ্য শক্তিঃ অতুল বৰা
ধেমাজিত লখিমপুৰ লোক সভাৰ বিশাল কৰ্মকৰ্তা সন্মিলন অগপৰ
ধেমাজিঃ প্ৰচণ্ড গৰমক নেওচি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ উৎসাহ আৰু অকুণ্ঠ সঁহাৰিৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত আজি ধেমাজি চহৰত অসম গণ পৰিষদ দলৰ এখন বিশেষ কৰ্মকৰ্তা…
অপশক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টাঃ দ্বীপকাই গাৰোপাৰাত বুঢ়া ঠাকুৰ মেলা
গোৱালপাৰাঃ বাইদা দ্বীপকাই গাৰোপাৰাত আজি যুগ যুগ ধৰি বুঢ়া ঠাকুৰৰ মেলা অনুষ্ঠিত হৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি আজিৰ পৰা আনুমানিক ১৫০ বছৰ পূৰ্বে গাঁওখনত বুঢ়া ঠাকুৰৰ মেলা অনুষ্ঠিত হোৱা বুলি জানিবলৈ পোৱা গৈছে। গঞা ৰাইজে জানিবলৈ দিয়া মতে…
বকোত মা মনসা দেৱীৰ মাৰে পুজাঃ ১৩৩৪ খৃষ্টাব্দতে প্ৰতিষ্ঠা হোৱা শক্তিপীঠত পূজা অৰ্চনা
বকোঃ প্ৰকৃতিৰ মানৱ সমাজৰ উপৰিও জীৱ কুলৰ মঙ্গলৰ বাবে বেদ বেদান্তৰ ৰীতি-নীতিৰে পালন কৰা হয় দেৱ দেৱীৰ পূজা-অৰ্চনা। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ জিলাৰ বকোৰ বনগাঁও বকো মৌজাৰ উদ্যোগত খাটলপাৰাস্থিত মা মনসা দেৱীৰ শক্তিপীঠত ১৩৩৪ খৃষ্টাব্দৰ পূৰ্বৰ…
বকো আৰক্ষীৰ সফল অভিযানত ছমৰীয়াপামত গাঞ্জা সহ আটক চোৰাং ব্যৱসায়ী ছাহেদ আলী
বকোঃ ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ মুৰৰ কামৰণি সৃষ্টি কৰা অবৈধ সামগ্ৰী ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে কামৰূপ জিলাৰ সোনতলী অঞ্চল। এই অঞ্চল সমুহত সঘনাই সংঘটিত হয় ভাং, গাঞ্জা, আফিং, দ্ৰাগছ, হেৰোইনৰ দৰে বিষধৰ মাৰাত্মক দ্ৰব্যৰ বেহা। আৰক্ষী প্ৰশাসনৰ তৰফৰ…