ashomiyapatrika.com

২৬২ নং অঙ্গনবাড়ী কেন্দ্ৰ সিধাবাৰীত ১০ বজালৈ নাহে অঙ্গনবাড়ী কৰ্মীঃ তীব্ৰ প্ৰতিক্ৰিয়া

শিশুৰ খাদ্য বিতৰণত অনিয়মঃ উপযুক্ত তদন্তৰ দাবী স্থানীয় ৰাইজৰ গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ সিধাবাৰীৰ দ্বিতীয় খণ্ডৰ ২৬২ নং অঙ্গনবাড়ী কেন্দ্ৰত অনিয়ম চলাৰ অভিযোগ উত্থাপন হৈছে৷ শিশুৰ খাদ্য বিতৰণৰ নামত কমিটিৰ লগত বুজাবুজিৰে শিশুৰ খাদ্য হৰপ কৰাৰ

চচলত শিলসাঁকোৰ উচ্ছেদিত লোকৰ উত্তাল প্রতিবাদ

মাটি নোপোৱা পৰ্যন্ত পৰণপন যুঁজ দিয়াৰ সংকল্প গুৱাহাটীঃ শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদোগত আজি দিনৰ ১১ বজাৰ পৰা শিলসাঁকোত উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত চচলৰ নিৰ্ধাৰিত ধর্ণাস্থলীত উত্তাল

বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়াঃ অসম জাতীয় পৰিষদৰ

সংবাদ মেলত অসম জাতীয় পৰিষদৰ গুৰুতৰ অভিযোগঃ বেপাৰী মন্ত্ৰীৰ হাতত অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীঃ বিজেপি চৰকাৰে নিজ দলৰ ৰাজনৈতিক ভোটবেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰস্তাৱিত সমষ্টি

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

গুৱাহাটীঃ অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছে আজি মহানগৰীৰ জয়ানগৰত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত এক আচহুৱা মন্তব্যৰে

অসম বিজ্ঞান সমিতি বকো শাখাৰ উদ্যোগত তিনি দিনীয়াকৈ পালন বিশ্ব পৰিবেশ দিৱসঃ সামৰণিৰ দিনা…

বকোঃ অসম বিজ্ঞান সমিতিৰ কামৰূপ জিলাৰ বকো শাখাৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰে। বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়়ত আৰু মহাবিদ্যালয়ৰ ইকো ক্লাব, এন এছ এছ গোট, এন চি চি গোট, অমৃত প্ৰভা ৰেঞ্জাৰ টীম আৰু আৰ্যভট্ট

টিহুৰ নাথকুছিত আৰক্ষীয়ে ট্ৰাক চালকক প্ৰহাৰ কৰাক লৈ উত্তেজনাঃ দুই আৰক্ষীক নিলম্বন

ট্ৰাক চালকে কেইবাঘন্টা ধৰি অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ নলবাৰীঃ দাবী কৰামতে ধন নিদিয়াৰ বাবেই টিহুৰ নাথকুছিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এগৰাকী ট্ৰাক চালকক আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি আজি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

বটদ্ৰৱা, ৰাইডঙীয়াত এশ শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে

ধিংঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে। চৰকাৰী বিদ্যালয়ক চেৰাই বটদ্ৰৱাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত গৌৰীসাগৰ, জাঁজী, চাৰিং,খনামুখ, কোঁৱৰপুৰৰ বিভিন্ন চৰকাৰী…

গৌৰীসাগৰঃ আজি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ ফলাফলত গৌৰীসাগৰ উঃমাইঃইৰ এশ শতাংশ উত্তীৰ্ণ হৈছে৷ বিদ্যালয়খনৰ ৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকীয়ে ষ্টাৰ নম্বৰ সহ ৬ গৰাকীয়ে প্ৰথম বিভাগ, ২৬ গৰাকীয়ে দ্বিতীয় আৰু ১৮ গৰাকীয়ে

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাৰ ফলাফল ঘোষণাঃ কলা শাখাত কোনে কোনে স্হান দখল কৰিলে

গুৱাহাটীঃ ৰাজ্যবাসীয়ে বহু আশাৰে বাট চাই থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-সংকল্পজিৎ শইকীয়াই।তেওঁ মুঠ ৪৯০

হাতে লিখা আলোচনী ধৰিত্ৰী উন্মোচন

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰৰ ৭০৫ নং অভ্যাসন বিদ্যালয়ৰ উদ্যোগত আপকু শিৱসাগৰ জিলা সমিতিৰ সহযোগত গছপুলি ৰোপণ কৰা হয়৷ আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি যুগুত কৰা হাতে লিখা আলোচনী ধৰিত্ৰী উন্মোচন কৰা হয়৷ তদুপলক্ষে অনুষ্ঠিত আলোচনী